সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 কাতি-বিহুৰ প্রকৃতি- পরিচয়-ভেদ । বিহু আৰু ভাৰ প্ৰাকৃতিক চিত্র জগতক যুগ্ধ করে। সেই গানৰ কোমল সুৰত মুগ্ধ হৈ উজ্জ্বল চন্দ্ৰৰ ৰশ্মিয়ে পৃথিবীক গ্ৰাস কৰে। জগৎ তেতিয়া ক্ষস্তেকলৈ নীৰব আৰু নিশ্চল । আনন্দৰ কোলাহলে সেই নীবতা ভেদ কৰান্ত - কৰ্ম্ম-জগৎ আকৌ আনন্দময় । ভোমোৰাই পদুম- চাকৰ ওপৰে ওপৰে ফুৰি ৰস কাঢ়ি ফুৰিছে। মৌ- মাখিয়ে অতি হাবিয়াহেৰে মৌ-চাক সজাত ব্যস্ত হৈছে। কৰিবৰ ভট্টিয়ে কবৰ দৰে শ্ৰীঃ ৰাজতে সৰ্ব্বত্র”। ষ’তে বেচি আনন্দ ত'তে কোনো এটি বস্তুৰ অভাৱ ৷ সেই দেখিহে হবলা আমাৰ দূৰদৰ্শী বয়োবৃদ্ধ পূজা সকলে কোৱাৰ দৰে কাতি - বিহু কঙালি অৱস্থাত পৰিণত হবলৈ পায় । আনন্দৰ ঘোৰ আমোলতে সেই দেখি এটি বস্তুৰ অৰ্ভাৱ হৈ পৰে। স্বগতৰ কোনো বস্তুৱে সম্পূর্ণভা লাভ কৰিব নোৱাৰে । অসম্পূৰ্ণতাৰ পৰাই সংসাৰত জীবন-যুদ্ধৰ সূত্ৰপাত । সি যিকি নহওক, কাতি- বিহু কঙালি বুলি কোৱাৰ মানেই এই সংক্ৰান্তিৰ · সময়ত খেতি কৰা ৰস্তু খাবলৈ নোপোৱাক বুজায়। আগ বছৰৰ খেতিৰ যি বাদবাকী থাকে তাবো সংখ্যা প্ৰৱল নহয় । গতিকে সবই ভাগ খেতিয়ক সকলে