পৃষ্ঠা:বিহুগীত.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নেপালী লোকগীত

(১)

য়ু মায়াকো ভৰপৰি ম বস্তা
গয়ু মেৰে কলিলৗ অৱস্থা।
বসন্তৰ শুৱনি ৰঙাকৈ ফুলনি
 আমনি নেলাগে চাই
তোমাৰে ৰেহৰূপ চাওঁতে চাওঁতে
 যৌৱন কাল ভটিয়াই যাই॥

(২)

কালী হোকি ভনে কৗত ৰছেউ ছাৰেই গৗৰী
মায়া লাউছু ভনছে অৰে তৗ নক্কলি মৗৰী।
তোমাৰে বৰণটি কল্পনা কৰিলো
 তুমি যেন বসন্তৰ কুলি
দিঠকত দেখিলো বগী ৰাঙঢালি
 মেঘে বৰণীয়া চুলি॥

(৩)

পানী পৰি ৰিমিজিমি গলিগায়া জিমিন
মাঁয়া গৰণে মত হাওলা নিৰ্মায়াৰো তিমি
চিমে চিমে কৰি মেঘে বৰষিলে
 তিতিলে চোতালৰ ধূলি
চকুলৈ চালেও মুখলৈ নেচাৱ
 কলৈ এনেকুৱা হলি॥

(8)

কৰকে নজৰ লায়েৰৗ মায়া লায়েউ তিমিলে
ৰিছায়ে ঝেই বৗলেৰ মায়া লায়েউ তিমিলে।
মৰম লগাই লগাই চেনেহো লগালি
 নোচোৱা চেৱৰে চাই।
এদিন দুদিন কৰি মোৰে মন ভঙালি
 তোৰে মান এজনী নাই॥