পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিন্তা-পঞ্জী

সদায় কিবা এটা লিখোঁ
সময়ত চিন্তাৰ দলীল্ হ’ব

কোনবোৰ চিন্তাই প্ৰভাৱিত কৰিছে
ভবিষ্যতে পঢ়ি চাম

হাতত চিন্তা-পঞ্জী থাকিলে
নিতৌ দিন-পঞ্জী নিলিখিলেও হয়


৬৬ বিশ্বাসৰ বনানীকৰণ