পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
বীৰ-নাৰী


যত দিন অসমীয়া থাকিব জীয়াই,
থাকিব তোমাৰ নাম, আদৰ্শ মহান।
অসমৰ নদ-নদী, পৰ্ব্বতে-কন্দৰে
অসমৰ তৰু-লতা, হাবি-বননিয়ে
সুঁৱৰিব চিৰ দিন প্ৰতিধ্বনি তুলি;
সোঁৱৰাব অসমক বীৰত্ব তোমাৰ,
থাকিবা আদৰ্শ হই নাৰী সমাজৰ৷

⸻⸻⸻

অন্ত