পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বীৰ নাৰী উঠিল চকুত ভাহি ৰণৰ ছায়া । মৃত্যু-গৰাহৰ পৰ! সাৰিবৰ বাবে উঠিল উদ্ধান্ত হ’ই ভাবি ভাবি ৰজা ; সপেনে দিঠকে বঙ্গে শত্রু-আমিন উন্মুক্ত কৃপাণ লই বাঙলী হাতত। এদিন হঠাতে তেওঁ ভাবোতে তাবোতে পালে পূর্ব ৰণক হয় কৰিবৰ। অকর্মে বজাই ক'লে-“আৰু ভয় নাই, ত) ছে যাজপাট-যোগ[] যিমানে কোৱৰ সকলােকে কৰিম যােগ্য, বধ কৰি , নতু কৰি অঙ্গ ক্ষত।” সিদিনাৰে পৰা চুলিফা বজাই ধৰিলে ৰুদ্ৰৰ মূৰ্তি, দয়া-মমতাৰ বান্ধদিলে দলিয়াই ; জধানী গড়ণ, ও তুলিলে কঁপাই ক। কাটি, নাক কাটি, গােপনে বিনাশি, সকলাে কেৱ ৰ কৰি তামােগ্য পাটৰ। বজাৰ, ফান্দৰ পৰা এটিও কোৱৰ নােৱাৰিলে সবি যাব গদাৰ বাহিৰে । মহাবীৰ গদাপাণি গােবৰ-তনয় কুংখুঙীয়া ফৈদৰ সুযােগ্য কোৱৰ, মহাসতী জয়মতী কুৱৰীৰ স্বামী ; বাহুবলী, অভি, নী, নিতীক যুঁজাৰু।