পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪২ ]

অৰ্থে, সুখৰ আহিলা গোটাবলৈ, ভবিষতত নিজৰ পিতৃ- মাতৃৰ ভাই-ভাগীৰ গৌৰৱ আৰু সুখ বৃদ্ধি কৰিবৰ উদ্দেশ্যে!

(৪)

 হায় মায়া-মুগ্ধ মানৱ, তোমাৰ জীৱন, তোমাৰ সুখ-দুখ, তোমাৰ জল্পনা-কল্পনা, তোমাৰো আশা-ভৰসা এনেকুৱাকৈ কোনো কাল মূহুৰ্তত লয় হৈ নাযায় নে? জানা জানো তোমাৰ চিকাৰি কোন?