পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ , স যেৱাহেঁতেন পা বিলাসিনীয়ে” এতিয়াও নাসাত বিলাস কৰি কিনে। ওপৰত কোৱা হইটাৰ অভাৱ নপৰি মাহেকীয়া যে আইঞ্চি এল। ওপৰত কৈ অহা দুটা লাগতিয়াল যত কাকতৰ থাকিলেই ময়, তাৰ লগতে আৰু এটা খাই ৰখৰ খৱক। | সে ব্যৱসায়-বুদ্ধি। এই সংসাৰখন এনে ভাৱে গঠিত যে ভাত আনিকা কোলোতে কোনো বিষয়ত কৃতকাৰ্য হৰ খুলিলে তেওঁ ব্যবসায় বুজি ত ত পাতিব লাগিব। বাতৰি কাকত লোৱাতো ব্যৱসায়- কুৰি সহায় লাগে; মতে, এই দুণেৰ অৰিয়ৰিৰ দিনত তাত সিটি লা টান। বাতৰি কাকত বোলোতে আমি চিনীয়া, সাদিনীয়া, পষেকীয়া, শাহেকীয়া আদি সকলোবিহুৰ কাকতকে তাৰ ভিতৰত পেল । আগেয়ে আমাৰ দেশৰ নিচিনা বঙ্গদেশতো বলা বাতৰি কাকত ভালকৈ চলিছিল। তাৰ কাৰণ, আমাৰ দেশৰ কাৰণৰ নিচিনাই। কিন্তু সাৰি সহায় লৈ এঞ্জে আনচেৰেক শিতি তোই সেই কাৰ্যত যেতিয়া হাত দিলে তেতিয়া তেওঁলোকে আশীত ফল লাভ কৰিলে। বোগেন্দ্ৰনাথ বসু বাসী” কাকত তেওঁৰ ব্যৱসায়-বুজিৰ সুফল। তাৰ পিছত শবাসীৰ অতিৰিক্ত হিন্দুয়ানীৰ অতিৰিক্ত সোত ডেটা দিব। মনেৰে পণ্ডিত কৃষ্ণকমল ভট্টাচাৰ্য্যকে আদি কৰি এনচেৰেকে দ্বিতী " উলিয়ালে। কিন্তু হিতবাদীৰ গুৰিত ধৰ বিদ্যা আৰু সৰ্বসাধাৰণৰ সহানুভূতি এৰি থঃ সৰল কিও, ব্যৱসায়-বুৰি অভাৱত সি লাহে লাহে পৰি গাৰলৈ ধৰিতল হিতবাদী হত সলাব লগীয়াত পৰিল। কাব্যবিশাৰদৰ হাতলৈ হিতবাদী আহি তেওঁৰ ব্যৱসায়-বুজিৰ সহায়ত হিতবাদীয়ে ঠন ধৰি একে দোপেই বঙ্গবাসীৰ ভয়ঙ্কৰ প্ৰতিদ্বন্দী হল। আজিকালি বলা কাকত বিগাকৰ প্ৰভাৱ আৰু সফলতাৰ গুৰিত ঘাইকৈ সেই শাগতিয়াল ব্যৱসায়-বুদ্ধি। আমাৰ এইবোৰ কথাৰপৰা কোনোৱে যেন এনে নাভাবে যে আমি ওপৰত কৈ অহা এটাই কেইটা আৱশ্যকীয় সমলেৰে সৈতে ৰাহী হাতত লৈ সঙ্গত নামিয়ে। সম্ভবতঃ আমাৰ লগত সেইবোৰ ভিতৰৰ এটা সালে মাই। নিশ্চয় নগণ্য ৰাহীক চকুৰ আগত ৰাখি আমি সেইবোৰ কথা কোৱা নাই।