বহ। ৰি, ১শসংখ্যা। | ঘোগশ বাবুৱে পুৰণি পণ্য তুলি কি তাৰে সৈতে তেওঁৰ মাতৃভাষা বদলাৰ এ উলিয়াইছে। আমি দুটা কথা কওঁ—(১) আপোনালোৰুে আপোনালোকৰ পুধিৰ বুলি ভোলা পদৰে আমাৰ হে। কাৰণ, পূৰ্ব উত্তৰ বাত পোৱা সেইবোৰ পুৰণি পুথিৰ সৰহ ভাগ কামৰূপৰ কামৰূপীয়া ভাষাৰ সম্পত্তি। “কী কেখন কামৰূপীয়া ভাষাৰ হাত ৰচিত; কাৰণ কামৰূপীয় ভাষা তেতিয়াৰ ৰালী লেখকৰ আৰ্হি আছিল। {২} প্যত বিভক্তিবিষ্কাৰ আৰু শব্দৰ ৰূপ পৰি অৱনলৈ বৰকৈ চকু পদ্য লেখকে নিয়ে। পুৰণিত নামে নতুন পদ্যতে তেনে কথাই, তেহেলৈ সেই পদ্য বলাই হওক বা অসমীয়াই হওক। মাই কেলৰ পৰ ভাষা আপোনালোকে মুখেৰে কোৱা ভাষা নহয়। আজিকালি অপোৰাগৰুলে বিভক্তি আৰু শৰণৰ ৰূপ পৰিবৰ্তন কৰি যি পদ্য লেখিক লাগিছে, কথা কওঁতে সেইদৰে নকয়। ষ্টাৰ থিয়েটত গিৰী ৰাবুৱে “বি- বাজাও দিওঁতে মত বিভক্তিৰ-দুখীয়া পদ্য কৰোৰ নিৰাি কথাৰে আপোনালোকে কথা নিশ্চয় নকয়। সেইদৰে শঙ্কৰ মাখৱে দেখা পুথিৰ বিক্তি লৰা-মূৰ শব্দযোেৰ নে সেই কালৰ অসমীয়াই কওঁতে ৰা গদ্য লেখোতে ব্যৱহাৰ কৰিছিল সেইটো অলপ কৈ টং কৰিলেই বুকি পাৰি। সেইদেখি পুৰা অসমীয়া (শাৰে সৈতে যাৰ সাদৃশ্য বেছি বুলি অপুলি কৈছেই এৰি আজিকালিৰ অসমীয়া লেখক যি নতুন অসমীয়া স্কাষ জন কৰা বুলি আপুলি কৈছে, সেই কথাৰ ভেটি ছেলেকে। অনি আচ বিত মনি যে অসমীয়া ভাষা পুৰণি কালত হেনে আছিল এতিয়াও এৰ ভেনেই আছে ভৰি অলপ-অচৰপ হে লৰচৰ হৈছে। আপোনালোকে হে আপোনালোকৰ শেখা আৰু কোৱা ভাষাৰে সৈতে বামুণ খুৰিৰ প্ৰভেদ টাইছে, কাৰণ আপোনাক "উন্নতিশীল”; অসমীয়া নহয়। যোগেশ বহুৰে গেওঁৰ এখন প্ৰবৰ অন্তত কৈছে-“আগামী ভাষাৰ প্ৰকৃতি বুকিত আৰ বা ৰাইলৰ প্ৰয়োজন নাই। পৰবৰা এ মন আলামী ভাষা খিতে চেষ্টা কৰা খাইছে। আমিও বলে। পুৰুপ কথা। এই প্ৰবতে যে তেওঁৰ অসমীয়া ভাষাৰ জ্ঞানটো টনটনীয়া হৈ পকিছে সেইটো আমি দেখিছে; পিছৰটোত নিশ্চয় ভাৰু মৰহি সৰা দেখিম। ভেনিটি"! তোমাৰ অন্ত কত? বিতীয় এত লোগো বাৰে আলম ভাষা নবীন চ কৰি ৰি