পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহিন, ১৮৩৬।] অসমীয়া ভাষা আৰু বঙ্গালীৰ চকুত টোপনি। ৪৮৫ সম্পাদকৰ ৰিৰে সৈতে একে, গতিকে সম্পাদক। যোগেশ বাবুৱে ৰাহীৰ সম্পাদক ভাষা বুজিলে, বাহী সম্পাদকেও মোগল বাবু ভাৰা বুলে, পতিকে যোগেশ বাবুৰ তৰ্ক মতেই যোগেশ বাবু ভাৰা অসমীয়া হল; মাৰ ভাষাটো তো যঙ্গলা হৈয়েই আছে। ইয়াৰ পিছত যোগেশ ৰাৰে সৈতে ভাষা সনসলনি কৰি দিমুন-খোৱন কৰি যিয়নীমেল পাতি আমাৰ কোলাকুলি কৰিবলৈ হে বাকীৰত। আৰু এটা কথা, যোগেশ বাবুয়ে যেনেকৈ মুগ্ধবোধ আৰু হেমকোষৰ সহায়ত অসমীয়া ভাষা বুজিছে, বঙ্গ ভাষা লবলৈ পৰামৰ্শ দিয়া অসমীয়া ৰাজমেধি, সাজতোলা, বাড়ৈ, আৰু হালোৱা সকলফো, আৰু অসমীয়া বুজিবলৈ যোৱা ৰঙ্গালী মুদী, তেলী, গুৱালকে। তেনেকৈ একোখন ব্যাকৰণ আক অভিধান তেওঁ কিনি দিৰ দিহা কৰিবৰ অৰ্থে তেওঁৰ ওচৰত আমাৰ খাটনি কল। বাস্তবিকতে অধ্যাপক যোগেশচন্দ্ৰ ৰায় বিদ্যানিধিৰ নিচিনা গুৰখৰ পণ্ডিত অঙ্গালীসকলে এৰে তাৰে তৰ্ক কৰা দেখিলে বঙ্গ মনুষ্ণৰ হকে আমাৰ সোনকালে নাশংসে বিজয়ায় সঞ্জয়” বুলি কবৰ মন যায়। যোগেশ বাবুয়ে শিবোৰ পুৰণি কথা কৈ তেওঁৰ ফোপোল প্ৰবন্ধ দুটা ফুৰাই ধুলাই ডাঙৰ কৰিছে. সেইবোৰৰ উত্তৰ দি দি আমি আমাৰ মুখ বুটি কৰিলে, আক নোৱাৰে। আমি ববৎ হাৰিলে। তেওঁ জিকিল বুলি যলৈকে মাৰি, তথাপি সেইবোৰ উৰাইঘূৰাই পাওলি ব্যাকিব নোৱাৰি বাপু : তেওঁ এঠাইত কৈছে— আট-শ স” ** হইতে ওড়ি। খ . পুং মসলা পঞ্জিতে সাত শত বৎসবে পু* খা মাই বেশ আছে। সে ময়ৰ এমামী পুখীও পাওয়া যায় না। স্বামি কও-আজ্ঞে না; আসামী ভাষা ও সাহিত্যেৰ ইতিহাসটা আপনাকে আৰও একটু পড়িতে হচ্ছে।'—-৯৩ শ, ১৪ শ বছৰৰ অগৰ অসমীয়া পুৰিও পোৰা গৈছে। ডাকৰ পুথিখন আপোনাকলেই অষ্টম কি নৱম শতিকাৰ বুলিছে, * আমি যদিও তাৰু তাৰ আৰু আগৰ বুলিহো। অঙ্গে আমি পাহৰা নাই যে আমাৰ ডাকৰ পুথিখন আপোনাসকলে আপোশ সকলৰ বৰ পেৰাৰ তিৰত সুমাইছে। সুমাওক আৰু যি কৰে কৰক, আমি কিন্তু নিবেদন কৰে।বে, সে আশা, আমি ভাব, তাৰে ৰলি ৰে পাগন।”

ও জা দুই বোধয় ৮০-১২০০ অব্দেৰ মধ্যে এই মুঝ বা নাচ

হইয়াছিল।--দীনেশচন্দ্ৰ।

=