জহিৰ, ১৮৩৩।} গুৰু-ফিয়। ঈগৰপুৰুষে জাল ভেটিৰৰ কাৰণ ৰ কৰি সকলে লোক গোটাই শনি জেটাৰ আৰম্ভ কৰিছে, পালীৰ বল বেছি কোনোমতে বন্ধ নৰ দেখি ডেকপিৰীয়ে কলে, শক্তি নইলে টো দি ৰখা টান হৈছে। এই কথা শুনি ব্ৰাহ্মণ যদি বিস্তৰ লোকে শান্তি অপেষণ কৰি কোনো ই নাপালে। এদিন পুঞ্জল নামে নদীয়াল এখন আৰু তাৰে তিৰোত ৰাধিক মুনী সেই জানেৰে নাৰ লৈ যোৱাত তু এসকলৰ কথা বাৰ্তা নি থিকাই নিষিতে কৈছে যদি অস্থা নিলেহেঁতেন তেনেহলে কিৰি ৰা কাৰ্যা সিন্ধিৰে; পূনিলে ভয় পায় কৈছে, মনে মনে থাক বৰকৈ প্ৰকাশ নকৰিবি, গ। লাগিব। হেট। বন্ধ। মানুহে এই কথা শুৰি গুৰুন জনোৱা, ৰাধিকাৰু মতই জানিবলৈ ব্যাক কৰাত এজন লোক গৈ মাই আনিলে। পতি! আছি গুৱতে পৰিছেহি, এ ঈৰে সুধিছে ৰাধিকা তুমি বোলে শান্তি! ৰক্ষা কৰিছা, সড় কথা, বা পাচোট কাঠিৰে এপল পানী স্কানি দিব পাৰিৰ নে। তাই শুনি আচৰিত মনি নিৰুত্তৰ হল, মনতো বৰ দু পালে। গিৰি ঘেকে ধণে কা"। কলে ভাল হল, মই কৈছিলোঁ। এতিয়া কি কৰিবা। উমুনীৰে মৰেঞ্জীওঁ কৰি মুৰ তুলি মনৰ ভাব প্ৰকাশ কৰি কণে, ভাল লগন্নাথ বেয়ে পৰা হৰ। প্ৰথমবাৰ পানী অনিলত চাৰি আল কম হৈ আহিল, কাৰণ সোধাত কলে, একু। এদিন গুণী-জোৱাই জাহিতে, আদিষলৈ কলা- পাত নথকাত পত কাটিবলৈ * এসি বিওতে তেওৰ মুখ দেখা হৈছিল। এই ফেৰা গোৰ ঈশ্বৰ পুৰুৰে মন। বিলে যেটাৰ আৰু একে দোষ নাই বাৰু তোমাৰ নামৰ সুখ্যাতি ৰওক, তুৰি এত শান্তি মহিমা যেখুৱাবলৈ সুপাৰগ হোৱ।। ডুমুনীয়ে আশীৰ্বা লাঞ্চ কৰি পিছৰৰ পানী আশিলে, চাককৈ চাৰি আখেছি হৈ পানী আহিল, সমাগৰ লোকে বিশ্ব দেখিলে, ৰাধিকাৰুষৰ দি হৰিধ্বলি কৰিলে। যাৰ যি খড়িয়াল সজাই ৰাখিছিল, টোক্ত পেলাই শান্তিৰ পানী দিয়া মাকে জাৰ ৰ হৈ গৰৰ ফালে টোনি পৰিল; সেই দিনৰপৰা সত্ৰৰ নাম বেশী হল, আৰু আনৰ নাম “কি জান হল। এতিয়াও সেই নামেই বিখ্যাত হৈ ৰ। পুল আৰু ৰাধিকা উভয়ে সেৱা গ্ৰহণ কৰি ভকত হৈ থাকি; কাশীকলৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৯৩
অৱয়ব