শী। {য় বছ, ৮ম সংখ্য যেতিয়া ভেটা বন্ধ হল, সমুদায় বালি পৰি পানী নাইকিয়া হল, নদীৰ চৰ পৰা হেতু সত্ৰত পানীৰ বৰ কষ্ট হোৱাত এদিন ভূঞাসকলে গুদে নালে পানীৰ উপায় কি কব হব? বাৰু বুলি নামাতি খাকি এদিন নিশা- যোগে বট গছৰ তললৈ গৈ ধেনুৰ অৰ্ঘেদি চাপাকৃতি আঁক দি গঙ্গাদেবী অধান কাও বটবক্ষ ৱিত হৈ গঙ্গ। উপত্তি হল, সেই গিমাৰ পৰা সত্ৰৰ নাম বট প্ৰয়া হল। গঙ্গা আগমন হেতু পানীৰ বৰ সুচল হেৰিাক্ত প্ৰভাতে লোকসকলে দেখি আচৰিত হৈছে, সেই দিনাৰ পৰা জালৰ নাম গঙ্গা হৈছে। এই জলাশয়ৰ অল এনে হে স্বচ্ছ মান কৰা লোকৰ আগঠি আদি অলঙ্কাৰ হঠাৎ পৰিলেও দেখি শুনি আনিব পাৰি। এদিন গুৰু ঈশ্বৰে ৰাষক কলে বেপাপমোক কেইখনমান পীৰা কৰি দিয়া। পিছত ৰামৰাখে শিলাকুটি আনি চাৰিখন শিলৰ পৰা প্ৰস্তুত কৰাই দিলে, এখনিত বহি পুথি লিখে, এখনিত বহি স্নান কৰে, এখনিত বহি ভোজন কৰে, আনখন শৌচৰ পিছত মাটি-পানী লয়। এই প্ৰকাৰে সাধু ব্যৱহাৰ কৰি থকাত ক্ষেত্ৰ ত্ৰিতৰ পৰা জগদীশ মিশ্ৰ নামে ব্ৰাহ্মণ এনে শ্ৰীমদ্ভাগৱত জগন্নাথ মহাপ্ৰভুৰ আজ্ঞ মতে শঙ্কৰ দেৱক শ্ৰৰণৰ কাৰণ লৈ টেসৱনী বটদ্ৰৱা পালেহি। পথত হাত দুই মাহ কাগিছিল; লগত দুইজন লোক আহিছিল; সত্ৰৰ দ্বাৰত আছি অপেক্ষা কৰাত কেলাই। দূঞাই গুৰুত বাতৰি জনোৱাত শীঘ্ৰে আনিবলৈ আদেশ কৰিলে। ব্ৰাক্ষ্মণ দেখি অতি সমাৰ কৰি আসনত বহাই সংকাৰ কৰিলে। আগমনৰ বাতৰি শোখা মুগ বিবৰ জনালে; আমি মা প্ৰভু মশিৰলৈ ভাগৱত পাঠ কৰাৰ নিমিত্তে গৈছিলে; স্বপ্নাদেশ হল যে আখি জড় জগন্না, ইয়াত পাঠ কৰিলে কি উপকাৰ হৰ, শৰ ৰামে চৈত জগন্নাথ পুলিশে অৱতাৰ হৈছে; তাৰাৰ ওচৰত গৈ ভাগৱত গুনালে অসংখ্য প্ৰাণীৰ মহ। উপকাৰ হৰ। ইয়াকে শুনি মহা প্ৰভু ওচৰলৈ অহা হৈছে, অনুমতি হলেই পাঠাৰ কৰিব পৰা হয়। ব্ৰাহ্মণ বাক্য শুনি শঙ্কৰ দেৱে ফলে যে আমি নুিমান ৰচনা কৰা হৈছে, এখনে কে গুনা হক, এই বুলি কিছুমান গীত ভাল পৰি পাই নাশে; শ্ৰণ কৰি বৰ সঙ্কো পাই আলাদিত হল। গন্তৰ ভাগৱত পাঠ আৰম্ভ কৰি এতি মাহে এক এক ৰুক শেষ , গৱত শেষ হোৱা মাৱেই বিপ্ৰৰ মানৱীগ সৰণ কৰিলে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৯৪
অৱয়ব