পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহ। [ ২ বছৰ, সৈতে শঙ্কৰদেৱৰ কি একাৰ সম্বন্ধ আছিল এই কথা লৈ আজিকালিৰ দিনতো অঙ্কৰ মভেদ। বামুণীয়া পৰ লোকসকলৰ মতে দামোদৰ কি! হৰি দেৱ কোনেও শঙ্কৰৰপৰা আদিকে ধৰ্ম শিক্ষা পোৱা নাছিল। অন্য পন্থৰ লোকসকলৰ মতে শঙ্কৰে হে আদি বৃক্ষ, ইসকল তেওঁৰে ঠাল-ঠেও লি। এই কল আঙিকালিৰ নয়, বহুদিনীয়া পুৰণি। ফল বঢ়োৱা মৰ • অভিপ্ৰায় নয়, নিৰপেক্ষভাবে সত্য অনুসন্ধান কৰা হে আমাৰ উদ্দেশ্য। বিশেষ শঙ্কৰে চৈতন্যৰপৰা ধৰ্ম্মশিকা পোকা বা পাবলৈ যোৱা কথা প্ৰথমে দামোদৰ আৰু হৰিদেৱৰ চৰিত্ৰ শিখৰ পৰা হে আমাৰ দেশত প্ৰকাশ হয়, গতিকে তেওঁলোকৰ বিৰৰণ কিমান দূৰ সত্য,জক আলোচনা নকৰি নোৱাৰি। | দামোদৰদেৱৰ চৰিত্ৰ শিখিয়ে ৰামৰ বিজে, আৰু হৰিদেৱৰ চৰিত্ৰ লিখক দ্বিৰ দিবাৰ। ৰামৰায় অৰ্জুনদেৱৰ শিষ্য। ৰামৰয়ৰ জন্মস্থান বৰদোৱা অঞ্চলৰ নলচাগ্ৰাম। এওঁৰ পিতাকৰ লগত হেনো শঙ্কৰৰ বিশেষ বন্ধুতা অছিল। দামোদৰৰ জন্মৰ সময়ত শঙ্কৰ উপস্থিত আছিল আৰু তেৱেই দামোদৰ নাম ৰাখিছিল। বৰদোৱাত থকাৰপৰাই লক্ষাৰে দামোদৰক কালকৈ জানিছিল। অসম ৰজাৰ দৌৰাত্মত শঙ্কৰ গুটীয়াই আহিল। তাৰ পাছত তেওঁৰ লগলৈ যাম বুলি দামোদৰ গুটীয়াই প্ৰথমে হাজোৰ ওচৰৰ ৰৱে- শৰ গাওঁত থাকে। তাতে খাকোতে হেনো মণিকুটত দামোৰে শ্ৰীচৈতক্ষুক দেখ। পাইলি। চৈতৰপৰা দামোদৰ ধৰ্মোপদেশ লৈছিল এনে কথা ৰামৰায় দ্বিজ নয়। এখন সন্ন্যাসীৰপৰা হে তাতে দামোদৰে তাৰ পায়। ‘আসিল নাৰদ সঙ্গ্যাসী বেশ ধৰি। দামোদৰে আৰাধিলা কিভাৱ পৰি। সাক্ষাতে সে বিৰূপ ঋষিয়ে নিল। জীৱ উজাৰিতে তঙ্ক তত্ত্বজ্ঞান দিলা।'-ৰামৰায় বিক। পিছত দামোদৰ গৈ পাটবাউসীত। শঙ্কৰে সৈতে তেওঁ সদাই ধৰ্ম চৰ্চা কৰে। শঙ্কৰে তেতিয়া পালালিৰপৰা গৈ পাটবাউসীত খাল পাতি আছিল তেতিয়া তেওঁ যু, আৰু তেওঁৰ শিষ্য মাধৱদেৱ, নাৰায় আতা, হৰিহৰ খাতা প্ৰভৃতিৰে গোটই তেতিয়া তেওঁ ভালকৈ ধৰ্ম প্ৰচাৰ কৰিছিল। ৰাম- ৰায়ুৰ মতে তেতিয়া হে শঙ্কৰে এখন গুৰু শৰণ লবৰ মন কৰি ৰামৰম