পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আছাৰ, ১৮৩৩] মহাপুৰুষ শঙ্কৰ, দামোৰ আৰু হৰিদেৱ। ৩২১ আজ গোবি, এ গৰি, গোৰাগেনি মা। বেশ বকা। মহাপুৰুষ শঙ্কৰদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ। আগামত দিতে যিশু বৈষ্ণৱ প্ৰচাৰ কৰে যে মহাপুৰু শঙ্কৰ দেৱ এই কথা সকলোৰে মন আৰু সকলোৰে মানে। মানে যে প্ৰধান শিষ। আৰু ধৰ্ম প্ৰচাৰ কাৰ্যত বিশেষ সহকাৰী আলি ইও সৰ্ববাদী সম্মত। মহাপুৰুৰ শৰৰ পাছত তেওঁৰ প্ৰদশিত পথেৰে স্বাস্থ কামোলৰ দেৱ আৰু হৰিদেৱ এই দুজনেও সেই ঘকে ভিন ভিন গাষেৰে লোক- সমাজত প্ৰচাৰ কৰিছিল। কালক্ৰমত শঙ্কৰদেৱৰ প্ৰতিনিধি মাধৱদেৱৰ অজ্ঞাপৰ হৈ যিসকল ব্ৰাহ্মণ শূদ্ৰ আচাৰ্যই নামা ঠাইত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিলে তেওঁলোকে মহাপুৰুষীয়া নাম পালে। শঙ্কৰদেৱৰ নাতি পূৰুযোয় ঠাকুৰ আৰু চতুভুজ ঠাকুৰৰপৰা যিসকল সত্ৰ হল ভাক ঠাকুৰীয়া বোলে। বৰঞ্জন ঠাকুৰৰপৰা হোৱা যখন সত্ৰক বৰৰেনীয়া আৰু সৰুমৰপৰাহোৱা পত্ৰ বিলাকক সৰুৰাৰোমীয়া বোলে। আহ্মণ গামোদৰদেৱ আৰু হৰিৱৰফুসফলে শেহত আচাৰ্ধ হৈ যিবিলাক সত্ৰ পাতিলে তাক অসমত ৰামীয়া পৰ সন্ত্ৰ বোলে। মহাপুৰুষীয়া আৰু ঠাকুৰীয় পৰ ভিতৰত চাবলৈ গলে একে এতে নাই। বামুণীয়া আৰু মহাপুৰুষীয়া পন্থৰ ভিতৰতে আদিতে অৰ্থাৎ বামুণীষাসফল প্ৰথমে এফণীয় হৈ যোৱাৰ সময়ত বিশেষ একো একে লছিল। কালক্ৰমত কিন্তু বামুণীৰা পছৰ ধৰ আচৰণ মূল মহাপুৰীয়া চিৰণতকৈ বহুত লৰচৰ হোৱা যেন দেখা গেছে। পূৰ্বে কোৱা হৈতে দে গামোদৰদেৱ আৰু হৰিদেৱে শঙ্কৰৰ গতি পথ অনুসৰণ কৰি একে হৰিনাম শ্ৰৱকীৰ ৰুে প্ৰচাৰ কৰিছিল। এই কথা বতে যে কৰে আপত্তি নকৰিব। কি এই দুজন ব্ৰাহ্মণ আচাধেৰে