ঠে, ১৮৩৩। হংস আৰু চম্পাৱতী।। ২৯৭ উপস্থিত হৈছিল আৰু তেওঁ কৃষ্ণক মূৰণ কৰিবলৈ তত মাপাইলি, যি মুখই গৰ্বিত ভাৱে পৰাক্ৰমী পাৰ্থক “কৃষ্ণ নহলে তোক ঠিকই বলে পাৰে” বুলি কাৰ্যেৰে দেখুৱাই ইতিকিং কৰিছিল, যি সুখই স্বয়ং কৃষ্ণ অৰ্জনৰ সাৰণি হোৱা আৰু গোটেই জগতৰ ভাৰ ৰখত দিয়া সত্তেও একেপাত শৰেৰে সেই ৰখ আকাশত তুলাৰ দৰে উৰুৱাই লৈ ফুৰাইছিল আৰু অৱশেষত বীৰত্বৰ পৰাক্ৰম আৰু অতুল কীৰি ৰাখি হাঁহি হাঁহি আনৰ হাতত সম্মুখ সংগ্ৰাম প্ৰাণ পৰিত্যাগ কৰিছিল বুলি মহাভাৰতত আছে, সেই সুখৰ খাপে হংসধ্বজ ৰাৰ লগৰ চম্পাৱতীয়েই আজিকালি চপানা নামে অভিহিত হৈছে। অসমৰ ৰত্ব আৰু সৰ্ব্ব প্ৰধান ঐতিহাসিক পণ্ডিত ৰয় গুণাভিৰাম বৰুৱা বাহাদুনেও এই চাপাললাকেই পূৰণি হংসধ্ব ৰজাৰ সাৰ আছিল হব পায় বুলি উক্ত কৰিছে। প্ৰায় খৃষ্টীয় সপ্তম অষ্টম কি তাৰ পিছলৈকে বোধ কৰে। এই চাপ- নতা চম্পাৱতী নামেৰেই আছিল। কিয়নো, পুৰুষোত্তম পঅপঙিয়ে তেওঁৰ দীপিকা ছন্দত যে কৰে। ভাৰতৰ ডাঙৰ ডাঙৰ নগৰৰ নামবোৰ উলেখ কৰোতে মাজুলীৰ ৰপুৰৰ খাৰু এই চম্পাৱতীৰেই উলেখ কৰিছে। যথা—
- ত্ৰিকুট অপৰম্পী খিত্ৰ পাল।
সিন্ধু ইয়া উচ্চ ৰত্বপুৰ।” কিন্তু সেই সময়ত এই চম্পাৱতী নগৰৰ ৰজা কোন আছিল তা সঠিক কৈ কব নোৱাৰি। অনতি এই ৫ ইয়াত আপেয়ে হেনো (ছংগ ৰজাৰ নগৰ আগেয়ে যা আছিল আৰপৰা আধা মাইল খাল পুৰত কোনোবা শৰ বংশৰ দুজন মান ৰজাই ৰাজত্ব কৰিছিল। কিন্তু বৰ্তমান বুৰঞ্জীত গুৰ উলেখ নাই। যদি নাগপৰ বা নাগাক্ষৰ বংশৰ কোনো ৰজাই কিছুদিন ভাত ৰাজ কৰি ছিল তেনেহলে শকৰ বিশেষ কোনো গণ্ডগো দেখা নাযায়। কাৰণ অনুমান হয় শঙ্কৰ বংশৰ ৰজাই ষ্টীয় ৩৭৮ শকৰ পৰা প্ৰায় ৫ বছৰ মানলৈকে প্ৰতাপ গড়ত ৰাজ কৰে। উক্ত অংশৰে কোনো এজন ৰজাৰ ভায়েকে ৰা শৰ পৰা বঞ্চিত হৈ দক্ষিণ-পূৰ ফালে আহি চম্পাৱতী নগৰত সেই গোটেই পৰ্যন্ত আৰু তাৰ ওচৰৰ কিছু চাই গেয়ে চলাৱতী নামে উক্ত আছিল) ৰাজ্য স্থাপন নাটোৰেই সৰ হৰ পাৰে। এই ক্ষতি কতদূৰ সত্য আমি তা স্থিৰ