২৯৮ [ ২ বাৰ, ৭ সংখ্যা। কৈ কব নোৱাৰে। হয়তো অন্য কোনো শঙ্কৰ বংশৰ ৰাও হব পাৰে। গুভিৰাম বৰুৱা যাহাদুৰে বোধ কৰে। নিশ্চয় এই নশ্ৰুতি শুনিছিল। কিন্তু বিশেষ প্ৰমাণাদি নাপাই তেখেতে তাৰ কোনো সিদ্ধান্ত কৰি লোৱা বিলে। আমাৰো এইটো অনুমানৰ বাহিৰে অইন একো নহয়। যদি এই অনুমান সচা হয় তেনেহলে যেযক ডাঙৰীয়াই দীপিকাছ পুথিৰ ৰচনাৰ কাল যি নিৰিত কৰিছে গিয়েই সচা হয় যেন লাগে। কিন্তু এই খিনিতে এটি কথা কৈ ও যে ৰপুৰৰ ৰাৰ দৰে দীপিকা পূখিয়ে চম্পাৱতীত কোন ৰজা আছিল তাৰ একো উলেখ কৰা নাই। মুতাং দীপিকা দুই উল্লেখ কৰা চম্পাৱতীয়েই যে এই চম্পাৱতী এই বিষয়ে অলপ সন্দেহ ৰৈ গল। কালক্ৰমত দেই নাম লৰচৰ হৈ সি জাজিকালিৰ চাপানলা নাম পাইছে। চম্পাৱতী গুচি কিন্তু চাপালা হল এই বিষয়ে জনশ্ৰুতি এই যে হংসধ্বজ ৰখাই চম্পাৱতী নামৰ এজনা দেৱীক উপাসনা কৰিছিল আৰু দেৱীক তেওঁৰ লগৰৰ এমাইলমান দূৰৈত মন্দিৰৰ দৰে এটি পৰ্বতৰ গুহাত প্ৰতিষ্ঠা কৰি মাহেকে পষেকে গৈ তাত পূজা-পাটল দি আছিল। সেই থেৱীৰ নাম অনুসৰি তেওঁ তেওঁৰ নগৰৰ নামে চম্পাৱতী ৰাখিলে। এই নামেই বহুদিনলৈকে টলি আছিল। পিছত যেতিয়া দেবী মূৰ্ত্তিৰ অইদি এবাৰা পানী ওলাই জলপ্ৰপাতৰ দৰে পৰিবলৈ ধৰিলে তেতিয়া মানুহে সেই পানী খাৰাক চম্পানলা বুলিবলৈ ধৰিলে। চম্পানলা বৈ আহি ও পতৰ শৃঙ্গৰণৰ জলপ্ৰপাত কৰে তুলে হো হো দেৰে পৰি বৈ গৈ ম নৈত পৰিছে গৈ। এই গল-পাতটি তিনিৰাৰ বোৰ-পৰা কৰিছে আৰু পৰা ঠাই কিডোখৰক চম্পাৱতী কুণ্ড বোলে। প্ৰথমে ওলাই কিছু দূৰ ৰৈ গৈ পৰ্বশুটিৰ অতি ওখ জাগৰপৰা হো হো শবকেৰে তললৈ পৰিছে, ভাৰপৰা আকৌ ৰৈ গৈ গুললৈ পৰিছে আৰু তাৰপৰা আকৌ ৰৈ গৈ একেবাৰেই নামনিত পৰিছে। মানুহে এমে পানী পৰা ঠাই ডোখৰ ওপৰ-কু, দ্বিতীয় ডোখৰ মাজ- কু আৰু তৃতীয় অৰ্থাৎ নামনিৰ ডোখৰ ভল-কুণ্ড বোলে। ইয়াক পূণ্য তোয়ালা স্থান বুলি বিবেচনা কৰি বৰি মাৰ মাহত অহৎ যাত্ৰী ইয়াত • ৰৈ পৰা বুজিব পাৰি যে আগেৰ এ পাঙ্গালি।-লেখক।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫৬
অৱয়ব