পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২২ [ , ম সং । মনত ৰখা উচিত যে যি পৰমেৰে আৰু ৰাশক্তি আৰু প্ৰৱণশক্তি দিছে তেওঁ আমাৰ মুখৰপৰা ওলোৱ প্ৰত্যেকটা কথাকে শুনিবলৈ পায়। বায়ুৰ বোকোচাত উঠি প্ৰত্যেকটো ক তেওঁৰ সিংহাসনৰ ওচৰ পায় গৈ। যি জিৰু সংহত কৰিব পাৰিছে তেওঁৰ মুখৰপৰা সদায় হিত, পৰিমিত আৰু সত্য ৰাক্য হে ওলায়। তেওঁ গুৰুজনৰ ওচৰত ভক্তিভাৱে সমনীয়াৰ ওচৰত গৰাৰে আৰু তাৰ ওচৰত হোৰে কথা কয়। কথা কওঁতে সাধাৰণতঃ চাৰিটা দোষ টে। যেনে (১) মিছা কথা, (২) পনিশা (৩) ভিৰস্কাৰ, আৰু (৩) অকামিলা শপ। শত কৈয়ে:- “সতাং মাং পিয়ং ধ ন য়াং সত্যপ্ৰিয়। | প্ৰিয় নামৃতং ধ্ৰুয়াং এ ধৰ্ম্ম সনাতনঃ।( ২১৩৮) সা নাক প্ৰিয় কথা কা; অপ্ৰিয় হলে সচা কথাকো নক; আৰু মি। কথা প্ৰিয় হলেও কেতিয়াও নক; এয়ে সনাতন ধৰ্ম্মৰ বিধি বুলি পানি। অৱশ্যে সংসাৰত অনেক সময়ত অপ্ৰিয় সত্য কবৰ আৱশ্যক হয়। এনে কি ভাক হলে কৰ্তব্যপালন কৰা নহয়। বাপেকে পুতেকৰ দোষ দেখিলে সংশোধনৰ বাৰে তাৰু অপ্ৰিয় সত্য কবই লাগিব। কিন্তু তাকে এলে ভাৱে কোৱ উচিত যাতে সেই অপ্ৰিয় বাক্য ক্ষতি কঠোৰ তিব্ৰহ্মাৰত পৰিণত হয়। এটি কৰা বা টোমাতে, তিৰৰৰ সচা উদ্দেশ্য ব্যৰ্থ কৰিব পাৰে। ভীষ্মদেৱে সকলো সম্পকে সভ্যৰূপ আৰু ব্ৰহ্মৰূপ বুলিছে। কাৰণ যিটো সং সেয়ে সত্য। সংস্কৃত সকলোৰে সমান অধিকাৰ। সংলোকে সকলোকে নিয়ৰ নিচিনা যাবে। এবং সৰ্বভূতেষু স্ব পতি স পাণ্ডিত।” সেই যাবেই নীতিবিজ্ঞানে কৈছে সকলোকে নিজৰ নিচিনা জানি?' কাকো পান নকৰিবা; নিয়ে বি বন্ধু পাবলৈ হেপাহ কৰা আল সকলোৰুে সেই বন্ধু দিয়; সকলোৰে মুখত সুখী হোৱ; সকলোৰে দুখত সমদুখী হোৱা; কাৰণ, তুমি আমি সকলো মিলি “এক”। এতেকে আমি সকলোৰে সদায় মা কথাকা উচিত। কাৰণ কোনো এজনৰ আগত মিছা কথা কলে কেৱল যে তেওঁক ফাঁকি দিয়া হল এনে নহয়, তাৰ দ্বাৰাই প্ৰকৃত পক্ষে আত্মৰক্ষা কৰা হল। কাৰণ মই যি জানো তা আৰু এযম, আত্মপক্ষ জানিবলৈ নিদিলে অবিশ্বাস, ভেঙ্কাম, এনেকি শক্ৰতাও বটে। খেতিয়া আমি সকলো মিনি এ