জে, ১৮৩।] কথোপকথন। ২৭৩ তেতিয়া আমাৰ সকলোৰে ব্যক্তিগত জৰ ওপৰতে সকলোৰে সমান থিকা সেই অধিকাৰৰপৰা কাকে বঞ্চিত কৰিলে দিব লগীয়া এই মিলিয়া হয়। এনেকুৱা অসভ্য ব্যৱহাৰৰ বাৰাই জোবুজি উপস্থিত হয়। আৰু সেই চোখ বুদ্ধিৰপৰাই অশেষ দুখবোৰ ওলাই আসুং জুমুৰি দি ৰোই, আমু সুখৰ সংসাৰৰ দুখৰ আগাৰ কৰে। অগত্যৰপৰাই জেদ জন্মে সত্যৰপৰাই একত্বৰ বৃষ্টি হয়। সেই বাবেই জীেেৱ সকলো মা কে সত্যৰ প্ৰকাৰৰ বুলি কৈছে- “সত্যং চ সমতা চৈৰ দৰশ্চৈবনসংশ। অসং ৰুমা ৰৈ হীন্তিতিক্ষায়। ভ্যায্যে ধাম মা হিন্দ মত। অহিংসা চৈৰ ৰাত্ৰে সত্যাকাৰান্তয়োদশ। মহাভাৰত, শান্তিপৰ্ব। ওপৰত লিখা সক্ষণবিলাকক সত্য বোলা হৈছে। কাৰণ এইবিলাক সং গুৰ দ্বাৰাই মানুহৰ ভিতৰত একতা সাজিও হয়। মহাভাৰত, ৰামায়ণ, পুৰণা- দিত যিবিলাক মহাপুৰুষৰ বন আছে, তেওঁলোকৰ এটা এখন গুণ ছিল সত্যবাদিতা। সত্যপালনৰ অনেক অল মাহৰ সেইবিলাক পুধিত পোৰা যায়। প্ৰতিজ্ঞা কৰিলে অৱশ্যে পালন কৰিব লাগিব। সৰ ৰাৰু কেতিয়াও লৰচৰ নহয়। সচা কত তা গিলেও মিলা কথা কোৱা হয়। যুধিষ্ঠিৰে বিষ পঙ্কটত পৰি ৰখা হত ইতি গল" কৈলি। তাৰ ফলত তেওঁ নক দৰ্শন টিছিল। | কথোপকথনত মিছা কথাৰ পাতে পমিা এটা বৰ বোব। তুমি দুই চাৰি আন বা সহীয়া বন্ধুৰ লগত বহি কাপাতি; কথা-এত তুমি ভাত উপস্থিত নথকা এজন লোকৰ দোষ চৰ্চা কৰিলা; তুমি ভাবি হয়তো তুমি যাৰ দোৰ চৰ্চিলা তেওঁ মোৰ বা শুনিবলৈ নেপা, কিন্তু সেইটো তোমাৰ ভুল। কাবুলিশে বতাহ। সি ইকা মিকাণকে হ কাণ এশ কাণ পায় গৈ। তোমাৰ কাছে যালৈ টেৱিাইছিল। তেওঁৰু নিশ্চয় বিঙিৰ। তেতিয়া তুষি তেওঁক আঘাত কৰা হব; সেই আখতৰ এতিত তুমি ভুগিব লাগিব। যেনে কাম টেনে ফল ধশ্যে হৰ। মাখিয়ে যা বিচাৰি ফুৰে; দুজনে পৰৰ দোষ খুচৰি ফুৰে। সুমৰ মানুহেই পৰশিক্ষা কৰি পৰিৰে পায় এক
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৩১
অৱয়ব