২৫৪ | বাহা।। { ২য় বহু খ্যা। খয়েই থাকি। শী। আচাৰ ব্যৱহাৰ তেওঁলোকে নেৰে আৰু সতকাই এৰিব নোৱাৰে। আৰ তিৰ অধিকালি আঁচল শিক্ষিত বালা দুজন চাৰিখন নিৰ উৰা নাই ফুটপিৰি দেখুৱাৰলৈ তেওঁলোকক বিমানকে "শি অৰৰ আমাৰ কৰক, কাঙ্গালীৰ অচল ভিতৰুৱা সমাজত তেওঁ- লোকলৈ ঠাই নাই, অত ভাত তেওঁলোক বঙ্গালৰো আওকাল এইটো খুৰুপ। নিজৰ এৰি পৰৰ ফালে হাত মেলিলে এলে দশা সদায় হয়। সেইদেখি বুঢ়াশোকে কয়, পৰত অশ। নত কন্স" গুৱালপাৰৰ ফালৰ সৰ ভাগ শিক্ষিত লোকৰ আজিকালি চকু গজিছে, তেওঁলোকে বঙ্গালী হবলৈ গৈ সেই সমাজৰ 'লাষ্ট ক্লাচত” কি আৰু তেওঁলোকৰ আত্মসম্মান হানি কৰিব নোখোজে। তেওঁলোকে দেখছে, যে তেওঁলোকে নিজৰ ঘৰতে নিজৰ সমাতে সকলো পিনে অসমীয়া হৈ থাকি অসমীয়া সমাজত প্ৰধান ঠাই অধিকাৰ কৰিব পাৰে। গুৱালপাৰৰ ফালৰ জমীদাৰ ফেইনে এতিয়া জলকৈ দেখিবলৈ পাইছে, যে অজাহকতে তেওঁলোকে বাণী হবলৈ গৈ আৰ ভিতৰত বঙ্গালী জমীদাৰসকলৰ পংকি শেহত ঠাই পায়, কাৰণ তেওঁলোকৰ নিচিনা জায়গা অমাৰ কলিকতাৰ পৰিৱে গলিয়ে তিনি ত্ৰিকা-ন-টা কৈ; অথচ কোলেৰে নিৰ ঠাই আসাম অসমৗয়। হৈ থাকি শীৰ্ষস্থান অধিকাৰ কৰিব পাৰে। সেইদেখি "পৰ্মে নিধনং শ্ৰেয়ঃ পৰধৰ্মং ভাষহং” এই কথাৰ সাৰম তেওঁলোকে বুজিছে। কিতাপখনত অনেক অদ্ভুত যুক্তি আছে, সেইবোৰৰ উত্তৰ দিবলৈ যোৱাটো সময়ৰ অপব্যৱহাৰ মাথোন। তেওঁৰ এটা যুক্তি, গুৱালপাৰ অসমৰ ভিতৰুৱা কেতিয়াও ছিল, সদায় বদেশৰ ভিতৰুৱা জাজিল, সেইদেখি সি অসমীয়া নয়। এই কথা যদিও চা নহয়, তথাপি ঋক, আমি তেওঁৰ থাকে জালি লৈ, তেওঁকো আমাৰ কৰা এটা মানিবলৈ কওঁ, কাৰ সি ঐতিহাসিক সতা-পুৰ মৈমনসিঃ এৰেৰুে ৰি কৰি ঠাই পুৰণি কামৰূপৰ ভিতৰত বিকাল আলি, নৰ ভিৰ নাছিল, সেইদেখি সেই ঠাবোৰ তেওঁলোকৰ মুমিতে সখীয়া ৰাৰু তেওঁলোকে এৰি বিয়া উচিত। অকালি দুইন দুই গৰমেণ্টৰ ফলত, সেইদেখিয়ে যুক্তিতে দুই বৰ ৰা পৃথক হোৱা উচিত।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭১০
অৱয়ব