বহাল, ১৩। ২২৫ খে পাল লাগটো গুছি গল। সেই দিনাৰপৰা কলিতে শঙ্কৰক শঙ্কৰৰে লিবলৈ যাত্ৰসকলৰ আজ্ঞা নাই দিল আৰু কলে যে আৰিণৰা শৰ পঢ়াশালি মছিব নালাগে। এদিন ৰাঘৱাচাৰ্য পতিত পঢ়াশালিলৈ আহেভে দুতৰবিলাকে তেওঁক এই বুলি গোচৰ দিলে যে সিহঁতৰ অধ্যাপক কলিয়ে শুদিৰৰ লৰা শৰক শঙ্কৰদেৱ গুলি মাতিললৈ সি আ দিয়ে, আৰু পঢ়াশালি মছিব নালাগে বুলি কৈছে। আচাৰ্যই এই কথা শুনি কি ওপৰত খং কৰিছিল। কিন্তু ৰাতি আচাৰ্যই ওই ফেঞ্জে সালিক ও পাই পিছদিনা শঙ্কৰদেৱৰ ওচৰ ক্ষমা প্ৰাৰ্থনা কৰিছিল বুলি গুৰিৰ পুথিত আছে। শঙ্কৰদেৱে চৌষঠি দিনৰ ভিতৰতে ব্যাকৰণ পুৰা কাৰ্যাদি নানা শান্ত পঢ়ি শেষ কৰাৰ কথা চৰিত্ৰ পুথিত লেখিছে। সি যিহওক, এইটো নিশ্চয় যে তেওঁ অতি অলপ কালৰ ৰিছে অধ্যাপকৰ ওচৰ সেইবোৰ শান্ত পঢ়ি শেষ কৰিছিল। শঙ্কৰদেৱে পঢ়া শেষ কৰি পঢ়াশালি এৰি অহাৰ পিছত পি? কুনুৰে কলিক মতাই আনি খুৱাই-বুৱাই দক্ষিণ দি বিদায় মিছিল। পঢ়াশালিত পঢ়া কালতে শঙ্কৰদেৱে যোগশা পাই পঢ়ি যোগ অসি বি ও পৰিশিলান্ত কৰিছিল। এদিন তেওঁ যোগাসনত বহি লক খোল অ্যাস কৰা তেওঁৰ দেহৰ গহনাদি ছিগি গৈছিল আৰু বাওঁহাতৰ বুঢ়া আলি মাটিত দি ৰ দি খি, গোৱা পাৰ ওপৰলৈ উঠা দেখি লোকাল এড়ি হৈৰি। দৈত্যৰিঠাকুৰ বিৰচিত পখিত আছে— “প্ৰাণ অপান সমান উদাৰ আদি কৰি ৰায়ুচয়। ৰ কৰিল, চাইলে পাৰত যি বায়ু যৈত লায়। শামুক ক্ষেপিয়া, উশাল ধৰিয়া, আসন ভিৰি হৰিষি। কিন্তু সমা, সুনিল কায়, দিন দুই চাৰি বসি। এতে বুৰ দিয়াৰ বলিয়া আলৰ ভিতৰে যাই। বল দূৰ কৰি, পৰ দুই চাৰি, জলে মিছিঃ ফায়। অন্যে। নিভিজা, ওখানে যায়, উঠ পুৰু লৰ। ৰাহ প্ৰদেশ, সসে ৰাহ্মত নবীন ছোৰে পটি। যমু ক্ষেপি দিয়া, ৰাৰ ওয়', বায়ুৰ শত প্ৰমাণ। নয় পাট ৰে খ্ৰিঃ টাই পৰে মো. আনো আনো ত ম স বায়ু সশে ক্ৰীড়া ব্যক্তি। বোৰ শ ত খৰি যোগ্য আয় দিনে ৰাতি। খাল যাৰণা, সায়ি আসল, এখান দিয। বিগত ৰতি ভৰি সম্প্ৰতি চৰা মাত্ৰ সত। শৰীৰৰ ছয় চক্ষক গিয়, অন্তু কৰি নি। পায়ে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৮১
অৱয়ব