পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাহী। {২ , ৩ সংখ্যা। গুম মৰি গৈলা স্বামী। মনত হৰিযে তেহে গৈলা অনুগামী। কুশৰ মাতৃ শঙ্কৰৰ বুঢ়ীই। তেখো তুলিল বৰ লৈ দুয়ো ভাই। | যাৰ ৰাৰ লৈকে শঙ্কৰে লেখা-পঢ়া লিশিকি টমলি কাল কটাইছিল। এদিন তেওঁ ভাত খাবলৈ বইোতে খেলুঙী বুঢ়ীয়ে তেওঁক কলে "বোপা, তুমি পঢ়িব লাগে। আমাৰ বংশত উপৰিপুৰ সফলে পণ্ডিত। তোমাৰ এতিয়া ইমান ৰাৰ হল, তুমি নপঢ়িলে মূৰ্থ হৈ নাকি বংশৰ গ্লানি আমি, আৰু তুমি ভবিষ্যত পৰিদ্ৰ হৈ দুশত কাল কটাব লাগিব। ভ্ৰাতৃয়ে ধন- সম্পত্তিৰ গুগ পায়, বিদ্যাথন কোনোৰে ভাগ কৰিব নোৱাৰে, চোৰেও চুৰ কৰিব নোৱাৰে।” শৰে বুঢ়ীমাকৰ এই কথা শুনি উত্তৰ দিলে, “কোন পণ্ডিতৰ ওচৰত পঢ়িব লাগে, মোক পঠিয়াই দিয়ক, মই অতি অলপ দিনৰ জিততে পঢ়ি আপোনাসকলৰ মনত সন্তোষ দিম।" এই কথা শুনি ৰুটীমকে ভাল দিন ক্ষণ চাই মহেন্দ্ৰ কলিৰ পঢ়াশালিত পঢ়িবলৈ ঠিক কৰি দিলে। গুণ মাহৰ বৃহস্পতিবাৰে ওলয় চাই শৰৰ বিদ্যাৰ কৰা হল, আৰু সেই ফিনাই ক্ষেওঁ ক, খ, যদি নব বিকিৰে। এদিন শৰে অকল ব্যঞ্জনবৰ্ণ জোটাই এটি পৱাৰ কৰি কলিক নিয়াত কলিম মনত ৰ সন্তোষ পাই আচৰি। চৰিত্ৰ পখিলেখা আছে যে এদিন একাদশী তিথিত সকলো হাতৰে পাঠ শেখ কৰি ঘষাঘৰি গল, কিন্তু শঙ্কৰ পঢ়াশালিতে ওই কিল। তেওঁৰ শৰীৰত ৰ পৰাঙ এটি সই ক্ষণাৰে ই সি আলি. এনেতে মহেন্দ্ৰকলি আহি

  • কালিয়া পাছে তো কম। বেশি গোশালী না। এ

টান নি। এক জৈলি খালি এল। তে গুলি শত পনি নিয়ে যায়। কালি পৰাৰ সৰে পঢ়ি। পলি জমিতে আয়। • শজ সাহিৰে ৰাখিল হয়। • • • • দেখি নি। মিলিয়ে যায়। পল নে গৃহঃপ। গমে মাই নিয়ে একে পায়। প্ৰতি এলে ফায় পড়। পwি দিতে পায় না। এ গ গহণা। অসিম শাফি। এ বিলে খান যা । পায়জা শে। পৰয়ি লি। শা গলাম। কি যে কত? মৈত্যাদি।