পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭৮ বহী। {২ বছৰ, ৫ম সংখ্যা। তেওঁৰ প্ৰচাৰ আমাৰ শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ নিচিলা উদাৰ আছিল। অসমৰ বৈষ্ণৱসকলে ৰামান সেইদেখি ভাৰতৰ চাৰিদিনে চাৰিল ঈশ্বৰৰ অৱতাৰ ধৰ্ম্ম-প্ৰচাৰকৰ ভিতৰত ধৰিছিল। গুৰু-চৰিত্ৰ পুথিত শেখ আছে, “পূবে শঙ্কৰ, পশ্চিমে চৈত, দক্ষিণে ৰাষান স্বামী, উদ্ধৰে হৰি ব্যাস, এই চাৰি অৱতাৰ। ৰামানৰ বাৰৰ শিষ্যৰ ভিতৰৰ কৰিৰ এজন (১৩৮-১৪২• ষ্টাব্দ)। গোটেই ৰদেশত একমাত্ৰ ঈৰ বিষ্ণু পুজা কৰিৰে প্ৰচাৰ কৰিছিল। তেওঁৰ সময়ত উত্তৰ-ম্ভাৰতত মছলমানৰ আধি- পত্য বিস্তাৰ হৈ পৰিছিল। কবিৰে হিন্দু আৰু মুছলমানক ধৰ্মৰ একেল ডোলেৰে বাকি একে কৰিবৰ চেষ্টা কৰিছিল। তেওঁ জাকিয়ে আৰু মূৰ্ত্তি পুৰ বিৰূদ্ধে মানুহক উপদেশ দি কৈছিল যে মূৰ্তি পূজা পাপ কাৰ। তেওঁ কৈছিল, “ঈশ্বৰ কেৱল একেজন; সেই এক ঈশক হিন্দু আৰু মুল- মামি দুয়ে গলে পূৱা কৰিব লাগে। ঈশ্বৰ মানুহৰ হৃদয়ত হে থাকে, হাতেৰে সয়া মন্দিৰত নহয়।” এনে প্ৰাণ আছে বে, কবিৰ মৰিলত তেওঁৰ শৱটে। হিয়ে হিন্দুৰ বুলি পুৰিব খুজিছিল, আৰু মুছলমানে মুছলমামৰ বুলি কৰৰ শিষ খুজিছিল। দুই দলে এইদৰে বাকৰিত কৰি থকাৰ পিছত যেতিয়া শৱটো চকা কাপোৰখন দাঙি চোৱা গল, তেতিয়া তেওঁলোকে দেখিলে যে শব্দটোৰ ঠাইত মাখোশ গোটাছৰে সুন্দৰ ফুল হে পৰি আছে। সেই ফুলৰ আদখিনি হিন্দুতে পবিত্ৰ খান যানসী পুতিলে, আৰু যাৰী আখা মুছলমান সকলে ধুমধাম কৰি কবৰ দিলে। শঙ্কৰদেৱে মাধৱদেৱকে আদি কৰি সকলোৰে সৈতে দ্বিতীয়বাৰ তীৰ কৰিবলৈ যাওঁতে কবি মঠ পাই কৰিৰে সৈতে সাক্ষাৎ কৰা কথা গল্প গুৰু চৰিত্ৰ” পুথিত এইদৰে শেখিছে। | ফষিৰাৰ মঠ পাইছে। তেওঁ ৰত নাছিল। নাভিনীয়েকৰ ভৰি সোধাত নাই বুলি জনাই মনত বৰ দুখ কৰিছে; আখ্যহীন কৰাই আচৰণৰ গৰ লবলৈ লাগাতে। তেওঁৰ কাণ্য বা মন্দ। এই প্ৰকাৰে আল কৰি যাৰ পাৰিটি হাতত লৈ দুখৰ খুলি পামলৈ আশা কৰি আঠ, লৈছেহি। গুৰুৱে জনাইছে, সখি! পা দিয়ক। ওফপুৰে কৈছে, আপুনি যিয়। অকৰ ৰা পূৰ্ণ কৰি পদধূলি দি ওলাই আহিছে। ৰাটত