ফাগুন, ১৮৬২) চিঠিৰ উত্তৰ। ‘ৰেওৱাৰ কৰা মই জানো? তিৰী যোলে েনো ‘সী' শব্দৰ বাঙাবিক অৱস্থাত ৰখা হয় মে? সমালোচনা—পদুম, লখিমী, সই, কৰ, সৰষজন, পৰৰ, শইচ, “বদ, ধৰম, শখ, মিতিৰ ও ছাতৰ, এইবিলাক শক যদিও অস্বাভাবিক (ভাঙৰীয়াৰ মতে তথাপি ইহত যে সংস্কৃতমূলৰু ইয়াক কোনে মেজানে? তেনেহলে ভাঙৰীয়াৰ ৩ সিদ্ধান্ত মতে এইবিলাক কমপীয় ভাষাৰ শব্দ। এনে কৰাত ভাষা চহকী হল নেয়া হলভাবীয়াই, বোধ হয় পাহৰিছিল যে “মানুহৰ নিচিনাকৈ, আৰু এন আৰ জীৱ আদি প্ৰাণীৰ নিচিনাকৈ ভাষাৰ আৰু ভাৰ অন্তৰ্গত শব্দৰ , উন্নতি, অৱনতি আৰু মৃত্যু আছে'--হলে অতখিনি কথা কোৱাৰ একো কাৰ নাছিল। যদি আদিপুৰুষসকলে ব্যৱহাৰ কৰা কথাকে অতদিনলৈ সকলোৱে ৰাখিলে হেতেন, পৃথিবী যে অজি অধিক ভাষাৰ সৃষ্টি হলহেতেন, শব্দবিলাকৰ যুব বিচৰা ইমান ডাঙৰ অভিধান যে হলহেতেন, ব্যাকৰণৰ ৫ পাৰ্থক্য টিনহেতেন এইবিলাক কথাত আমাৰ সন্দেহ আছে। অন্ততঃ ই নিশ্চয় কে ভাঙৰীয়াই এনে আচৰিত ভাষাতত্ত্ব আবিস্কাৰ কৰিবলৈ নেপালেহেতেন। ‘কাইপ, বাইগা কৰা' ও 'কিলি কৰা বোলা গ্ৰাম্যকোষ সজনা মানুহে ঈম বুলিয়া নোৱাৰি স্পৰ বোৰে আকো নো ধৰিব লাগে নে? খই বোলা আলি না নাই আৰু যদি বোলেও অশিক্ষিত মানুহে হে। আইৰ উজনিৰ চলিঃ মাভ, শিখাব্যৱহাৰ নহয়। কম শব্দই শৰাধক হে বুজায় যেন বোধ হয়। যদিও 'মী বিশেষণ পপে পোৱা যায়, তথাপি কৰ্ম্মৰ সাধাৰণ অৰ্থত 'কাম' শব্দ হে ব্যৱহাৰ হয়। (৩) শিক্ষা-সংস্ক ভলক শব্দৰ পৰিবৰ্তে নিৰ্থক শব্দৰ-ব্যৱহাৰ কৰিলেই ‘কামৰূপীয়া ভাষা' হয়। ২য় সিদ্ধান্ত মতে যদি সংস্কৃত শব্দ অশুদ্ধ হয়, তেন্তে তেনে শব্দ ব্যৱহাৰ কৰাৰ প্ৰয়োজন কি? সংস্কৃত নকৰি আচল সংস্কৃত কৰিলে আৰু ভাল আছিল, মামনীয়া মত-কথা আৰু গৌৰৱ কৰিব পাৰিলেহেতেন। দ্বিতীয় সিদ্ধান্ত বুজোৱা হৈছে যে শব্দ সংস্কৃত কৰি ৰাখিলেই নামৰীয়া ফখা হয় ও সংস্কৃতমূলক কৰিলে শীয়া মাত হয়। কিন্তু তৃতীয় সিক্ত যদি দুই কয় ৪ শ সংহত
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬০৯
অৱয়ব