১৫৬ [ ২ বছৰ, ৪ৰ্থ সংখ্যা সেইদৰেই, এই চিনৰ পাছত গিয়া অৰ্থৰ উদাহৰণ জ্ঞাৰ আগৰ অধত নেখাটে' (পৃঃ )। আজিকালিও উষা সম্পাদকে নেথাকে’ (৩য় ভাগ ১ম সংখ্যা), ‘নালাগে’ (৩য় ১২, নেজানিছিল (৩য় ৩) ও নেষাঢ়িলে’ (৩ ৭) আৰু আপুনি (বাহী সম্পাদকে) নালাগি নেথাকে’ {১ম ৩’, ‘মাখলে’ ও ‘নেপায় (১ম ৫), ও নেলাগে’ (২৩৫ পৃঃ বাহী, ১ম ৮) ব্যৱহাৰ কৰিছে। নেলাগে’ ‘নেপালে ছেছেন বাহী, ২য় ১, অসমীয়া জুত’ পাওঁ; নেলাগে, যাৰু পিছত ক'ৰ (বাহী ১ম ১৯) মহাপাপৰ পৰাচিতত’ যোগ হয় নামনি আসাম এজন শিক্ষিত ডেকাই লিখিছে। এইবিলাক দেখি কি বোধ হয়। যদিও অসমীয়াত ‘নই ক্ৰিয়াৰূপৰ অস্বৰ গ্ৰহণ কৰে তথাপি অধিকাংশ আকাৰাগ্য ক্ৰিয়াৰ ভাগত ই বিকল্পে একাৰ গ্ৰহণ কৰে বুলিলে বোধ কৰে। একো মিছা কোৱা নহৰ। সচৰাচৰ নেলাগে, নালাপে, নেথাকে নাখাকেনেথাটে, নাবাটে, নেপালে, নাপানে এই দুইয়ে লিখা কাকত-বিক্ষত দেখিবলৈ পোৱা যায়। কৰ নোৱাৰে, কেনেকৈ ডাঙৰীঘাই নেলাগে’ ভুল পালে। নেৰায়ণ, কৰকটুৱা ৰোক উজনিত কোলেও লোৰোলে। লিখকে নাই নগা-পৰ্বত, নতু ফহিমা বা মণিপুৰত হে এনে উচ্চাৰণ শুনা সন্তু। খেজানা কোনেও নোবেলে, বৰঞ্চ খাজনা ফেলে ও এই খাজনা শব্দই হেমকোষত ঠাই পাইছে। খাজানা' বাগী বুলি হে অনুমান হয়। এহাৰ মাহ’ গ্ৰাম্য দোৰ, অশিক্ষিত মানুহৰ বাহিৰ কোনেও নোখোল। এলা’ উজনিৰ চলতি মাত; কিন্তু লিখোতে কোনেও ব্যবহাৰ নকৰে। চেহেষ’ অইম কি ফ-কৰি নলা মানুহেও নোবলে, কিন্তু চেহাব’ হলে যেলে গালীয়া মানুহে, কবেই ই আমি শোষ। শিক্ষিত মানুহে ‘চাহাষ' হে বোলে। এছাশুধিয়া ‘জাশ। শুধিয়া দুইটিয়েই ও বুলি হে আমি জানো। হেমকোষত চাওক। (২) সিদ্ধান্ত-“সংস্কৃতমূলক কিছুমান যুক্তাক্ষৰ শক খাবিক অৱস্থাত ৰাখিলেই 'কামৰূপীয়া ভাষা। জেনেলে অলপ অস্বাভাৰিক অৱস্থাত ৰাখিলেই বা খাবিক অৱস্থাত মেৰাখিলেই উজনীয়। কথা হ। এ ধাত! প্ৰতি-নামনি অসাত লক পেঁফ খেলে কি। 'কায়স্থ (শূন্ত্ৰ, ৰহাৰ আজিৰু স্বাভাবিক অৱস্থাত ৰাখি কাইখ বা শৰ' ও
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬০৮
অৱয়ব