পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [ ২ বছ, সংখ্যা কৈ পল। ডাক্তৰৰ পৰীক্ষা শিশিখে ৰাতি যত পৰলৈকে থিয় হৈ আছিলো। ডানে আহি পৰী কৰিছিল নে নাই মন নাই। আজিকালি হলে চুৱেজত ডাক্তৰ আহি যাত্ৰীৰ নাম ডাকি ৰায় আৰু সেই নাম ভাত এটাইবোৰ যাত্ৰী হাখি কি লাগে। আিদি খানে এবছৰ মানৰ আগলৈকে আছিল। ১৯৯ চনৰ ডিচেম্বৰ মাহত আমি দেশলৈ উভতি আহোতে চুৱেলত জাহান না। শুনিলে যে জাহান চুৱেজত ৰখ এই ৱেৰ পৰাই চুয়েজ খাল আৰম্ভ। এই চুয়েজ খাল ফাৰ্ভিঙে ডি লেচেপ বুলি এজন বিখ্যাত এখিনিয়েৰৰ তত্বাবধামত হৈছিল। খাল ধীখলে প্ৰায় ৮/৯ মাইল। পোট চেউহ ( Port Said) এই বিখ্যাত মানুহজনৰ শিলৰ প্ৰতিমূৰ্তি আছে। তেওঁ থিয় হৈ চুৱেজ থালৰ পিনে আঙ্গুলি দেখুৱাই আছে। বাওঁ ফালে মেডিটেৰেণিয়াল সমুদ্ৰ, সে ফালে খাল। এই খাল বলে আশাৰ নগৰৰ কলং নৈতকৈ ঠেক। এই খালৰ বিষয়ে বিস্তাৰিতৰূপে পাত কম। পাহাৰ লাহে লাহে ইয়াত যায়। এদিনমান লাগে। আমাৰ যে গত আছে, আহাৰ লগে লগে সেই খাদৰ এত থকা মানুহৰ এটা এটাই আমাৰ পাহাৰ লগে লগে লৰা। জাখৰপৰা আৰু সুমথিৰ টেঙা পইচা ইত্যাদি ফলিয়াই পেলাই আহাৰৰ বিষয়াসকলে কি যাত্ৰীসকলে ৰং চোৱাও মনত আছে। মনত আছে সেইবাৰ সিহঁতে কেচাই কেচাই না খোৱাৰ কথা। আহাৰ লগে লগে এনেকৈ সিহঁতে সৰে। এই দুৱে সৰ স্বাৰাই পৃথিবীৰ বাণিজ্যৰ যে কিমান উপকাৰ হৈছে গলপ গৰি চালেই চিন্তাশীল পাঠকে আনিব পাৰিব। এই গালে বাণিজ্যৰ চলাচল চল কৰিছে। এই বিষয়ে লাহে লাহে কবলৈ আশা ৰাখিলে। এনজাতিৰ বৰুৱা।