আত্ম-বিভ্ৰম। কবিয়ে পাই গৈছে,-- "O, wad some power the giltie give u8, To see ourselves as others see it." অৰ্থায়। লোকে অমাও মেটে। দেখে, আমি নিজে শিক্ষক ঠিক তেনেটে। দেখা পাবৰ শক্তি যদি কোনো দেৱতাই আমাক দিলে হেঁতেন!" কো-আঁঠীয়া টিকিৰা লৰাক যেতিয়া পঞ্জাবী মালা। orga" কেঁাচাই, হটঙা শিখ-চিপাহীৰ গাত খুন্দা মাৰি তাৰ আগ দই দই মোৰ মেৰে লোজেৰে বুকু ফন্দাই ফুৰি, লগীয়াবোৰৰ আগত সহিয়াল বেলাবৰ ভুল চেষ্টা, কৰা দেখে; পাছ কালে বৰ খোপা পি। ১২। মানুহক যেতিয়া আগ ফালে “এবষ্ট ফেছনৰ চুলি ৰাখি খাছ শৰীয়। বাবু ভাৱেৰে ফুৰ দেখো; দাড়ি-চলি পকা লোটো-দুলীয়া বুঢ়া যেতিয়া তৰিত কৰা মোজাৰ ওপৰত ৰুপ “নেতাছৰ” বুট, আৰু গাহ ৰঙচঙীয় চোলা পিন্ধি, বঢ়িয়া পাৰি দিয়া পাতল শান্তিপূৰীয়া চুৰিয়াৰ ফেৰ মাৰি, উঠি-অহা নডেকাৰ খোজেৰে গা-ঘেলোৱা দেখো; যোগাক পাছু পেলাই অযোগ্যই আশ-শাসন অধিকাৰ কৰি ডাঙৰ বোঝাবলৈ চেষ্টা কৰা যেতিয়া দেখে;—যেতিয়া চালনীয়ে বেজী ইহা দেখে, তেতিয়া মোৰ বনে বনে ওপৰত কোৱা কবিতা ফাকিলৈ মনত পৰে, Oh would sor power the giver give us, To see ourselves as others see us". এটা গল্প আছেঃ- এসময়ত কোনোবা এগৰাকী সৰ্বশুলশযুত ৰাজকন্যাৰ ৰূপ আৰু গুণৰ কাণত পৰি মহামুনি মাৰৰ হেনো সংসাৰৰ অৱলম্বন কৰিবৰ মন গল। কি নিয়ে পোছ কৰিলে কি হব?-ৰাই জীয়েক; খেলে,
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১৫
অৱয়ব