পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰৰ প্ৰবন্ধৰ উত্তৰ। সুত বাহী সম্পাদক মহোদয়েষু, | আপোনাৰ একাদশ সংখ্যা বাহীত ক্ৰযুহ অনখনাৰায়ণ গোস্বামী স্মৃতি মহোদয়ে তৎবিৰচিত “জাতি চন্দ্ৰিকা পুথিত আসাৰ দেশৰ কলিত। জাতিক পুৰণি ক্ষত্ৰিয় জাতি বুলি কায়স্থ জাতিতকৈ উত্তম বুলিছে, কায় জাতিক বৰ্ণপকৰ বুলি অলপ খৰ্ব কৰিছে। এই জননী দেখি সেই বিষয়ে এটি প্ৰবন্ধ লেখা হল, ইচ্ছা হলে আপোনাৰ বাঁহীত প্ৰকাশ কৰিলে সকলোৱে দেখিবলৈ পাব। কায়স্থ বৰ্ণসক জাতি নহয়। শাস্ত্ৰমতে দেখিবলৈ গলে কায়স্থ জাতি ভগবানৰ সৃজিত চতুৰ্থ জাতি। শুৰু যজুৰ্বেদৰ বাজসনেয়ী সংহিতাত দেখিবলৈ পোৱা যায় যে সাকৰ ব্ৰহ্মৰ মুখৰপৰা ব্ৰাহ্মণ, বাহুৰপৰা ক্ষত্ৰিয়, উকৰপৰা বৈশ্য, চৰণৰপৰা শূদ্ৰ জাতি উৎপন্ন হয়। স্মৃতিকা নুৰ যতেও লোকান্ত বিৰুদ্ধ্যৰ্থং মুখ বাহুক পাতঃ। ব্ৰাহ্মণং ক্ষত্ৰিয়ং বৈশ্য শূদ্ৰঞ্চ নিৰবয়ং। জনসংখ্যা বৃদ্ধি কৰিবৰ কাৰণে অগদীশৰে মুখ বাহু উৰু আৰ চৰণৰপৰা ক্ৰমে ব্ৰাহ্মণ, ক্ষলিয়, বৈশ্য আৰু শূদ্ৰক শ্ৰজন কৰিলে। ইয়াৰ দ্বাৰা বুজিব পাৰি যে খাটি জাতি চাৰিটি মাথন। পাছত চাৰি জাতিৰ অনুশেম বিলোম অনুসাৰে মিশ্ৰ হৈ যিবিলাক গোক হল সেইবিলাক সঙ্কীৰ্ণ জাতি হল। সঙ্কীৰ্ণ জাতিৰ ভিতৰটো উত্তম নৰম ভেঙ্গে অনেক জাতি থাকিলেও কায়স্থ সঙ্কীৰ্ণ জাতি হব নোৱোৰে। অগ্নি পুৰাণত দেখা যায় যে জগদীশ্বৰৰ পদসঙ্কু যিজন ব্যক্তি তেওঁৰ নাম শূদ্ৰমণি, তেওঁৰ পুত্ৰ প্ৰদীপ, প্ৰদীপৰ পুত্ৰ কায়স্থ। খাদে প্ৰাপথে জাতঃ মুখাবি প্ৰাঃ সদাৰকাঃ। বাকে ক্ষত্ৰিয় লাভা উৰে। বৈশ্যা বিভাজিৰে। সূত্ৰা পাচ্ছ শত বিণ সেবা। বীমা সুহস্য প্ৰদীপ ল্য পত্ৰক।