সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আখোশ, ১৮৫২] ওপৰৰ খবৰ উত্তৰ কায়স্থতস্য পুল্লোহভূৎ ব লিপিকা। কায়স্য অল্প পুত্ৰবিখ্যাত জাতীলে। চিত্ৰগুপ্ত ত্ৰিসেনো বিচিত্ৰশ তলৈ। চিত্ৰগুপে গত? স্বৰ্গে বিছিলো নাগ নথি। চিত্ৰসেনঃ পৃথিবায়ৈ ইতি শান্ত্ৰ.এতে। এই অগ্নিপুণৰ শ্লোক মতো অখণৰ প্ৰপৌ আৰু কায় লিপিকাৰক অৰ্থাৎ কাকী, আসাম যাৰ দিনত খিল কাকত। আছিল বৰ্তমান কালত সেইসকলকে কায়স্থ বুলি সকলোৱে জানে। কায় সক সৎশূদ্ৰ বাবেই অতীজৰপৰাই কায়সকলৰ খানাদি ক ন ব্ৰাহ্মণ নিঃশঙ্কোচৰূপে কয়। প্ৰাচীন কায়সকলৰ ৰীতি নীতি শাস্ত্ৰালাৰিণী। অনেক কায়স্থ হই সাধাৰণ শূদ্ৰক শিল্প কৰবই লাগিছে। প্ৰাচীন নিয়ম মতে কায়স্থসকলে জাতকাদি চুড়া পৰ্যন্ত সংস্কাৰাৰা সংস্কৃত হৈ উত্তৰী গ্ৰহণ কৰে। অতি দুৰৱস্থা হলেও কায়সকলে হল বাহন আৰু ভাৰ বহন কৰ্ণ নকৰিছিল। পূৰ্ব কালত কায়স্থ শাস্ত্ৰ মতে সংশূদ্ৰৰ লগত গণ্য ছিল, সিবিলাকেই মান্য শুদ্ধ বুলিছিল। কোন সাহসে তিৰ মহোদয়ে এনেকুৱা শ্ৰেষ্ঠ আতিক সাধাৰৰ শত্ৰৰ তলত বহুৱাইছে আমাৰ হলে বুদ্ধিৰ অগম্য। ইয়াৰপৰা কায়স্থ জাতি বিম্বিত হলেও বোধ হয় দুখিত নহয়। কলিবিলাক যে নিকৃষ্ট জাতি এনে বুলি আমি কবলৈ ইচ্ছা নকৰিলেও হলত লেখা কাৰণৰ দ্বাৰা তেওঁলোকে স্থিৰ সমানে আসন পোৱা দুৰূহ। প্ৰবাদ আছে যেতিয়া ভগবান পৰামে ক্ষত্ৰিয়কুল নিৰ্থ ল কৰিবলৈ উদ্যত হয় তেতিয়া কিছুমান ভীৰু ক্ষত্ৰিয়ই প্ৰাণৰ ভয়ত স্বস্থান পৰিত্যাগ কৰি আই তীয়া ঠাইত সোমাবলৈ ধৰিলে। আসাঘৰ ফাললৈ যিবিলাক অহিল সেই বিলাকে ক্ষত্ৰিমৰ কৰ্ম পৰিত্যাগ কৰি শূদ্ৰৰ কন্থ আচৰ কৰি ক্ষত্ৰিয় কুল লোপ কৰিলে। কুল লোপ কৰা বাবেই কুলুপ্ত হল। কুল বুখাৰ অপভ্ৰংশ কলিতা বুলি অনেক ধাৰণাযদি এই কথাই সত্য, তেনেহলে কলিতা কাকৈ উত্তম কেনেকৈ হয়? ক্ষতিৰ যুদ্ধপৰা ভয়ত ভঙ্গ হলে শাস্ত্ৰ মতে মহাপাতকী ব, তদুপ: ক্ষত্ৰিয়োচিত কাৰ্য পৰিত্যাগ কৰি নি আতিৰ সমুখ বিকা-