( ৰ , ১ম সংখ্যা মুকলি চোতালত বহি কৰিলে ভাল মতু বৰৰ ভিতৰত কেতি- বা তেওঁলোকৰ পি জেতকৈ ওখ হলে মাৰলি বা চতিত তেওঁ লোক টপাৰু কেইটি ঠক কৰে লাগি ফাটি পৈতৃক প্ৰাণ-আয়ু ফেইটি ওলায় যাবৰ সম্ভৱ। অসমীয়া ভাষাৰ বিনাস হেমকোষৰ শাসন তেওঁলোকে যেনেকৈ মানে আমিও তেনৈকে আনন; মাত্ৰ প্ৰভেদ এই ফেৰ হে যে, তেওঁলোকে যেনেকৈ “অটৰাৰ গুৰিৰপৰা কটাৰ গুৰিলৈকে গৈ সমূলি নেৰেছোৱাকৈ হেমকোষেৰে সৈতে মিলি যাব খোজে আমি নোখাজে। বেদ বেদাত না নৈতিক হিন্দুৱেও বেদবিহিত কোনো কোনো ক্ৰিয়া-কাওৰে সৈতে অমিল হৈ চলিও বেদবিহিত হিন্দুধৰ্মাৱলী বুলি চিনাকি wিয়াত বিধিনি নহয়। সময়ৰ সোঁতত সকলো শৰৰ , অল-চৰ একো নাই। অল্প অনুসৰি নিয়ম-কাৰেণৰ আৰু পঢ়-গতিৰ অলপ-অচৰপ সাল-সলনি কৰি সময়ৰ উপযোগী কৰি লোয়াটো হে ৰুতিমানৰ কাৰ্য। সকলোৱে তেনে কৰেও আৰু ফৰিও খাই শাসন ধীৰ বাহিৰ নহয়। ভাষা পৰিবৰ্তনশীল। তাৰ ব্যাকৰণ আৰু অভিধানে তা গামী নহলে ভাষাৰে সৈতে সেই দুইৰো বিচ্ছে ফটিৰ।. ভাষা | যোব, ব্যাকৰ আৰু তিন বোন। যে পালটো বাতি-ৰুতি মাথাকিলে তেজী॥ ঘোৰাই পুৰণি পচা শাল লথিয়াই ভাঙি ওশাই চেৰি বাটত ৰূ-খুলি খাই “দেউতাৰ মোৰ চাই ঠেং খো” হৈ পৰি, আৰু আৰি তাৰ তেনে দুৰ্দশা দেখি চৈ ফকীয়া “চলো” কৰি একোট লেখি শোকবেগ সবে কৰিব লাগিব মাথোন। ব্যাপ আৰু অভিধান চসিকলে মিলে সেই ভালকৈ আনে। হেমচন্দ্ৰ ৱাই ১৭৯৫ শত তেওঁৰ ব্যাকৰণৰ পাতনিত লেখিছে- “শোৰত ৰুৰ লাগে, যে অসমীয়া ভাষাৰ এতিয়া যেন আৰ আছে তা উপদেশী কৰি এই ব্যাকৰণ ৰা কৰা গৈছে। এতেকে সেই কাৰ উনতি হলে, কোশ্যে লা শাগি।” | এইমাৰ ৩৭ বহ আগৰ কথা। ৩৭ খ ব ৰ ল নয়। যা তিৰ পাৰে সঙ্গ ছাৰপৰা সাৱা পালে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৫২
অৱয়ব