সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঘোণ, ১৮৩২ ] সম্পাদকৰ চৰা। শাহীয়ে সকলো অসমীয়াৰপৰা আগৰ পাইছে সকলোৱে বঁাহীক। আৰু চেনেহ কৰিছে। ইয়াৰ দ্বাৰাই আমি ৰাহীক যে একেবাৰেই অজাত- শক্ত বুধিষ্টিৰ বুলিছে। এনে নহয়; কাৰণ যুধিষ্ঠিৰৰ সম্পূৰ্ণ শবিৰতি নয়; আৰু চাউল শনিয়াৰৰো কুকুৰ শক্ত আছে বুলি কয়। কিন্তু সি ৰিৰ লগীয়া নহয়। বাঁহীৰ সৈতে একে শাৰী ব্যৱসায় কৰোগ কেননা-কোনো যে বাহী চকু-কুটা-তৰ-শাল হৈছে সেইটো অনেকে লক্ষ কৰিছে। কিন্তু সেইটো অস্বাভাবিক নহয়, কাৰণ তেনে প্ৰাণী সকলো জেতে সকলো সময়তে সকলো শ লোকৰ সৰু কামৰ বিপক্ষে থাকে আৰু আছে, সেই বোৰৰ দ্বাৰাই কাৰৰ কোনো ক্ষতি নহয়, বৰং অনেক সময় ব্যায় খোচ কাৰ্যৰ বৰাই বেকা বাটেদি সিহঁতৰপৰা উপাৰ হে পোৱা যায়। যদি সকলোৱে ভাল বুলি চিনে ৰাতিয়ে প্ৰশংসাকে কৰি থাকিল তেনেহলে আমাৰ দোষ দেখুৱাব কোনে? আমাৰ দোষ দেখুৱাওঁ তাৰ অভাৱত আমি যদি নিৰ্দোৰ হব নোৱাৰে। তেনেহলে আমাৰ উন্নতিত পয়া-লাগিব আৰু ফলত আমি নিজক নিৰ্দোষ, শুৱলা, নিপাপ, নিষ্কল-কলাখাৰ বুলি ভাবি আত্মবিস্কৃত হৈ অধোগতিৰ ফালে ঢালল। মানুহ চাফ-চিকুণ হৈ সমাজত থাকিবলৈ যেনেকৈ তেওঁৰ মলি-ধোৱা খোবা আৰু দাঢ়ি-মূৰ খুৰৱা নাতিৰ গৰকাৰ, নামাক সভতে সক্ত আৰু নিকা কৰি খাবলৈ, আমাৰ কামৰৰ নিৰ্দোৰ কৰণীয়া নিৰ্মল আৰু শুচি কৰি ৰাখিবলৈ তেনেকৈ আষাৰ critic অৰ্থাৎ দায় উজাৰি উলিয়াই দেখুন তাৰ দৰকাৰ। সেইবাৰে আৰি কওঁ যে তেওঁলোক জীয়াই থাওক। তেহেলৈ তেওঁলোকে আমাৰ ওচৰত আই লওকেই বা নলক, তেওঁলোকক আৰি মৰিবলৈ এৰি নিদি তেওঁলোক জীয়াই থাকি তেওঁলোকৰ ব্যৱসায় চলাই থাকিবলৈ আমি মন মেলি একোলোকা আশীৰ্বাদ ফিমেই ছিল। কোনো সমালোচকে বহীৰ আখৰ-খোটনিত গায় খুচৰি উলিয়াবলৈ ৈখায় পঢ়িব সয়ত হকোন আগতে মেলি লয় আৰু তাৰে সৈতে বাঁহীৰ 'কোন কোন শবৰ শাৰিালৰ ৰিল ওলায় সেইটো চাই থাকে, আৰু মিল পালেই বিলে” “ৰিলে।" বুলি নীলপ খায়। কিন্তু ৰাৰ পৰামৰ্শ তেওঁলোকে যে দিক যে সেইকাৰ তেওঁলোকে