বী। [ ১ম বছৰ, ১২৭ সংখ। প্ৰতি ঘটিলে নাক্ষিক সন্তোষ কি কাৰণ নাহইবেক। আৰ তোমাৰ আমাৰ সত্যৰূপ মন্দ হইলে উভয়পক্ষে লোকৰ নাৰিঘেষপ অবি- বুত। অশেষ কিক নাহিবেক। এফা তুমি সেখিলাক পোৰ। (101" .©এমন খান বুলিতে তোমাৰ উচিত নোহে"। "আমাৰে কম ডাঙৰীয়াসকলে অনেক প্ৰকাৰ কৰি বাৰম্বাৰ পাহাড়ী লোককে কাটিকে।” “তথাপি তাহাৰ বদনাম জামাত হইল।” “একটা হোলৰ (হেজাৰ। কাৰণ তুৰি যে তিনিজন মনুষ্য লোহাকে বাড়িয়া তোমাৰ দিনে ( দিক, দেশ) নিয়া আহ, এমন ধৰ্ম কৰিবাৰ তোমাৰ উচিত নোহে।” “কিন্তু বৰলেকে খানি হস্তিত্বৰ সদৃশ যে লিখিছ ইগোট তোমাৰ প্ৰতি ব্যৱহাৰ হয়। কিন্তু বৰলোকে কচম সামৰ্থতা কাৰ্যকামৰ দ্বাৰা শামি। আৰ গৰিক কি কহিম। আমাৰ উকিল সনান ও শখ শৰ্মা প্ৰমুখে সযতে আনিষেক। কোন বানী সাহিত্যিকে বুকিন্দাই কৰলৈ আছে যে এই বাক্যবোৰ ৰচনাৰ ভঙ্গী আচল বলা? অৱশ্যে তেওঁলোকে মংপুৰ আদি ঠাইৰ পুৰণি অসমীয়াভাষা পাই-বনমালী কৰি সামৰিপুৰি লৈ সোপায়ং-নমঃ কৰি ৰঙ্গলা-ভাষা-শালগ্ৰাণৰ মূৰত দি যে তাৰে সৈতে ইয়াৰ সাদৃশ্য উলিয়াৰ শোৱাৰিব এনে কথা আমি কব নোৱাৰে। কিন্তু that is a different story অৰ্থাৎ সেইটো এটা সুকীয়া সাধু। চিঠি- খনৰ অসমীয়া লেখকে বঙ্গালী মুছলমান নবাব স্কাৰে meet কৰিবৰ অৰ্থ লগ পৰিবৰ নিমিতে ইমান পুৰা কৰিছিল যে “নাফিক” আপন মাফিক বানি” ইত্যাদি উ কথা পৰ্যন্ত ব্যৱহাৰ কৰিছিল। চিঠিখনত অসমীয়া সমাৰ্থক জন সফল” (ফুকন ভাঙ্গৰিয়াসকল) ব্যৱহাৰ কৰা হৈছে; কৰণ কাৰক বিভক্তি বে" (লোহাৰে বান্ধিয়া ব্যৱহাৰ ফৰা হৈছে। কাকাৰ ৰা জানি",-ইয়াত এ কথা বলা ব্যাকৰণৰ মহন্ত, অসমীয়া বাকৰণৰ হে। “কাকাৰ কথাটোও অসমীয়া, বলাত সেই দুটা শব্দ শোটাই তেলে গঢ়েৰ ব্যৱহাৰ কৰা নহয়। ইত্যাদি। আমি আকৌ কওঁ, আচৰিত কথা যে, পদ্মনাথ বাবুৱে এই চিঠিখনৰপৰা • যাৰ আগেলে সামন্ত চলা ভাষাৰ মনা উনিৰালে। -
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪১৮
অৱয়ব