Vuo বাহী। (১ম বছৰ, সংখ্যা মন আসামৰ কলিতা জাতি। অতিপূৰ্ন কালৰেপৰা অসাত কলিতা নামে এক জাতিৰ মানুহ আছে। কিন কোনোদেশত কবিতা নামে কোনো এটি তিন নাম শুনা নাযায়। আগামত ছেওঁবিলাকৰ সমাদৰ আছে আৰু তেওঁবিলাকক বামুণৰ গুলতে বুলি বহুতে কাও কৰে। কায়স্থ নামে আন এটি জাতিৰ মানুহ ইয়াত আছে। এওঁ বিলাকে বামুণৰ তলতে আৰু কলিতাৰ ওপৰত বুলি কয়। কিন্তু বাস্তৱতে এই দুই জাতিৰ ভিতৰত কোন শ্ৰেণীৰ মানুহ শ্ৰেষ্ঠ সেই বিষয় বহুদিনৰপৰা আলোচনা কৰিও একে শেষ সিদ্ধান্ত কৰিব পৰা নাই। অলপতে আননীয় মুক্ত অনন্ত নাৰাম দেব গোস্বামী গতিৰ ভাঙৰীয়াই তেখেতৰ “জাতি চন্দ্ৰিকা" কিতাপত কশিত। জাতিকে শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰিছে আৰু তেওঁবিলাকক পুৰণি ক্ষত্ৰিয় জাতি বুলি কৈছে। য় আতিক তেখেতে বৰ্ণশ আৰু সকলো বিষযে কলিতা আতিহকৈ হন বুলি লিখিছে। এনেস্থলত আমি আশাকৰো আমাৰ পণ্ডিত সমাজে এই দুই জাতিৰ শ্ৰেষ্ঠত্ব বিষয়ে প্ৰতি মুক্তি পুৰ্ণ সঠিক উত্তৰ দি সংশয় দূৰ কৰিব। ফলিত গতি সম্বন্ধে উক্ত গোঁসাই দেৱ যিবিলাক যুক্তি দিছে সেইবিলাক সৰ্বসাধাৰণৰ ওচৰত প্ৰকাশ কৰিবলৈ আণ কৰিলে। শ্ৰীকাশীনাথ তালুকদাৰ। প্ৰাৰ্থনা। প্ৰভু তোমাৰ ওচৰ চাপি যাব যে নোৱাৰে। পাপী ইজিয় বিলাকে আগত বাট ভেটি ধৰে। কোনো মতে ঠেলি হেচি আগহৈ যাওঁ শুচি কত যে লাঞ্চন মোক বাটে বাটে কৰে। সিহঁতক কিহে পায় আনে কিয় গুতোয়। দুৰ্বল নক নিয়ে ফাইটনিৰ ফালে। হায় হায় কোনে নিব, সুপথ দেখুয়াই দিব, নলও হৰি যেন আৰু কোনো কালে। কৃপা কৰা দীন বন্ধু তুমিছে ফণা সিদ্ধ আন্ধাৰৰ জ্যোৎ। তুমি কণাৰ লাখুটি তোমাৰ এশা পালে অনী জ্ঞান মিলে। হৃদয়ত ফুলৰ দৰে ওলোৱাহে ফুটি। তোমাৰ শুভ হলে যাব পাৰে আপোন ৰলে। দুৰ্গম পথক এই সুখলৈ চাই। উল চকুৰে চাৰ ধত বল পাস তোমাৰ কৃপাই নিৰ বাট দেখুই। পদ্মাৱতী দেবী ফুকননী। 1
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪১০
অৱয়ব