এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আহিন, ১৮৩১] কবিতা বিদায়। ৩৫৯ স্বৰগ জেউতি চাই আপােন মনে। উটি যাম নিজৰ ভাৰত। নতুন সাজেৰে সাজি বসন্ত কালত উলাহত নাচিব পৰণী। কুহি কুহি ফুল পাত নতুন গছৰ চাই চাই লতিৰ বিৰণি | সকল সমান আহা! প্রকৃতি বুকুত, কিন্তু হায় নৰ সময়ত, খিয়া-পিয়লি কৰি ইটিয়ে সিটিতে অনর্থক পর বিপদত ॥ শান্তিময় বৰষৰ বিমল কি মৃত মই নেপাও বিছাৰি, অশেষ সুখেৰে পূৰ্ণ যদিও সি ঠাই কেতিয়াও নধৰে। অৰবি। মিছামিছি মৰমৰ মােহিনী মুখাত, আৰু মোৰ নাই পতিয়ন । সচা বুলি ভাবি সেই ধুনীঃ দুখিটি, নকৰোও দুখৰ জীৱন। নিৰা পৰাণ লই নিৰলে থাকি, না ক্ষুদ্র বীণখনি, তাৰ উৰ নাই মনৰ মাজত শূন্য যত অতীত কাহিনী। উল্যহৰ উপবন বিধায় বিদায়! আহ, আহ, বিষাদ-বিনি, কুহকী না পু নিৰািহি দেখা। আমিই গিলে মেলানি। সংসাৰৰ সুখ সকলে এবিল, কি মােৰ একোৱেই নাই। শেষ ঘিটি হৃদয় না থন কৰিও বিলায় বিদায় ও