পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

, E হয়, কে আসামী ও কাল এক। দিল্লীৰ আৰ। আৰী কি না। কই একান্ত কে তোলে।” “হিউয়েনং আসামী তাকে বলা ভাষাৰ অপভ্ৰংশ বলেন নাই। কেন বলিবেন? তা ওটা ছিলনা, ছিল একটা। “ক্ষা ও সাহিত্য" কিতাপ ৰটোত মীনোশৰ সেনে ক-কিন্তু আসামেৰ ভাষাকে এখন খাবাৰ এসেণিক ভিন্ন ঋতয়, ভয় বলিয়া কাৰ কৰিনা।” এত গুয়োখ বিদ্যাবিলাই মহালয়ৰে এনেকুৱাই মত। ৰংপুৰ আদি ঠাইৰ পুৰণি সাঁথৰ আৰু পুথিৰ ভাষা এওঁলোকে পুৰণি ভাষা বোলে; অনন্ত কণি আৰু শঙ্কৰদেৱৰ পুথিৰ ভৰা পুৰণি বঙ্গতাৰ চানেকি বুলি দেখুৱায়। ওদি এই কথা ঠিক , তেৰে আমি দেখিবলৈ পাইছে। কে পুধি বঙ্গবা (অৰ্থাং গনত কৰি, ৰদেৱ তাষা) অৰ্থাৎ যাক আমি অসমীয়া ভাষা বোলোঁ, সেই ভাষা আশা এতিয়াও সম্পূৰ্ণৰূপে বিৰাজিত; সেই ভাষাৰ এতিয়াও আসামন্ত ভৰ-সেতা কিন্তু বঙ্গদেশত সেই ভাষাৰ সোতা শুকান পৰস্বতী নৈ; আজিকালি আৰ, ঠাইত নতুন বঙ্গভাষাৰ বালি-চাপৰি। আজিকালিৰবলা ভাষা সেই ভাষাৰপৰা ইমান আঁতৰ যে অণকালিৰ শিক্ষিত অশিক্ষিত সাধাৰণ অসাধাৰণ পণ্ডিত অপণ্ডিত কোনো বঙ্গালীয়ে তেওঁলোকৰ সেই পুৰণি বঙ্গভাষা—ৎ আমাৰ অসমীয়া ভাষা-আৰু বিশেষ চেষ্টা নকৰিলে শহৰে বুলিব নোৱাৰে;, লেখি বা কব৷ নোৱাৰে। ইয়াৰ দ্বাৰাই এইটো প্ৰপিত্ত হল নেবে বিদ্যানিধি বিদ্যাবিনোশ সকলৰ কথ ক কুলি খৰিলে, অসমীয়া ভাষা। যাই, আদি, গ-গছ আচল সোয়া; আৰু বৰ্তমান এচলিত বগলা ভাষা পালি, মা-ঠেঙুলি, ৰাৰে মুতী আৰু অনন্ত দলি আৰু অন্তত তাৰ ছ সাত শ বছৰৰ আগৰপৰা পাৰ-নিছিগাকৈ কৈ থকা অসমীয়া ভাষাৰ এই জলযাটো (সি যিমানেই শকত ওক) বিকৃতি , অপভ্ৰংশ। অনন্ত কলিৰ ভাষা, কথিৰ ভা, শু পুৰাণৰ ভাৰু গায়ি এসমীয়া ভাষা বোলো। কাৰণ সেই ভাবা তেত্মিা যেনে লি. এতিয়াও