সম্পাদকৰ চৰা। কোন কাৰ বিকৃতি? যষ্ঠ সংখ্যা বহীত পুৰণি আসামৰ জিলি ওনি এটি” নামেৰে যে এটা প্ৰবন্ধ পা হৈছিল সেই প্ৰবন্ধটো অঙ্গলা ভাষা অনুদিত হৈ মৃন্ময়ী” নামে বলা মাহেকীয়া কাকত এখনত ছপা হৈ ওলাইছিল। যুহ যোগেশ ৰায় বিদ্যানিধি নামে এজনে সেই প্ৰবন্ধ প্ৰতিবাদ কৰি "নামে ও উৎকশেৰ ৰা” নাম দি এট। প্ৰৰ শ জেঠৰ মৃন্ময়ী পাইছে। তেওঁ প্ৰবন্ধটোৰ আৰনতে লেখিছে “আখি আসামেৰ ইতিহাস, আসামে তা কিছুমাত্ৰ জানিনা।” তথাপি তেওঁ মৃয়ী কাকতৰ দৰ পিঠি জোৰাকৈ তেওঁৰ প্ৰতিবাদ লেখি অসমীয়া ভাষাটো য়ে বঙ্গভাষাৰে সৈতে সুকীয়া নহয়, সেই কথা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। আজিকাশিৰ বঙ্গাব্দীন সাহিত্যিকসকলৰ বায়ুটে। যে বৰ সৰ ৰং ইয়েই তাৰ এটা প্ৰমাণ। আমৰ ইতিহাস আৰু অসমীয়া ভাষাৰ কিছুমাৰ মানিয়েই তেওঁ পকা দহ পিঠি লেখিলে; জানাহেঁতেন কিজানি কি কৰিলেহেঁতেন সেইকথা জাবিবলৈকো আমাৰ ভয় লাগে। যুত যোগেশচন্দ্ৰ ৰায় বিদ্যানিধিৰ প্ৰতিবাদৰ উত্তৰ লিখি আমি স্বাৰীলৈ পঠিয়াইছে; মৃন্ময়ীৰ পাঠকসকলৰ চকু আমাৰ সেই নগণ্য প্ৰবন্ধ অৱৰে পৰিব। সেইদেখি সৰ বিষয়ে ইয়াক সৰহকৈ কোৱাৰ সকাম নাই। সম্প্ৰতি আমি বিদ্যানিধি আৰু তেওঁৰ শাৰীৰ নতুন সাহিত্যিক সকলৰ এটা সিদ্ধান্ত বিষয়ে আষাৰগেৰু কথা কৰ খুজিছে। “আসামে ও উৎকলেৰ বৰলেখক বিদ্যানিধি মহাশয়ে কৈছে- নিৰপেক্ষ লোকে বিযে, আসামী ও বাঙ্গলা এক কি দুই, যখন এই কালো হইতেছে তখন বুঝিতেছি দুই নয় এক। পুৰে ৰ্য ভাষা বা মলিয়া কাৰিষ। এখন শুনিতেছি তাহা আসামী। যদি তাই
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪২
অৱয়ব