পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলাতৰ কথা। আস্থাই এমামুল-ধন,—বিলাততো আমাৰ দেশতো। স্বাস্থ্য বোলে স্বাস্থ্য খাতে বেয়াৰপৰা ভাল হয় সেই সম্বন্ধে চেষ্টা কৰা উচিত। আখ্য যে হন স্বাস্থ্যৰ উন্নতি কৰিবৰ উপায় হলো আছে। বিলাত কাৰো কৰে। স্বাস্থ্য যোৰ পৰা ভাল হয়, আকৌ কাৰো কাৰৰ খাস্থ কেয়া থাকিলে যেখাই

কি আমাৰ মনেৰে ভাল হোৱাৰ ভাগ বেছি। অৱশ্যে নিয়মতে থাকি

লাগে। | এজন বালী ভদ্ৰলোক লখনৰ খয়েল এসব উচৰ পৰা এবাৰ তুলি আনিবলৈ গৈছিলোঁ। তেওঁক বৰ কণোৱা আৰু দুৰ্বল দেখিছিলোঁ। তাৰ সাত আঠ দিন পাছত আমি দেশলৈ উভতি আহিলে।। আকৌ বিলালৈ উভতি লৈ কিছুদিনৰ পাত অক্ষলৈ গৈছিল। এজন মানুহক আমাৰ পিনে চাই ইহা দেখি চিনি পোৱা যেন মনত হল। তাৰ পাস্তুত তাইক চাই দেখাত নিলে। এওঁ সেই গুচৰ পৰা তুলি জানিবলৈ স্বাক গৈছিলে। তেওঁতেই। তেওঁক চিকুশ হোৱা দেখিলে, বগা হোৱা দেখিলে, আৰু যেন তেওঁৰ গালৰপৰা তেজ ফাটি ওলাও ফাটি ওলাওঁ কৰিছে। কি পৰিবৰ্তন! আমি সেই পৰিবৰ্তন দেখি আনন্দ প্ৰকাশ কৰি তে কান কৰিলোঁ। আমি কবলৈ পাহৰিছে, তেওঁৰ খাদ্য নিৰামৰীয়া, তেওঁ মাছ মঙই মেখাইছিল। বিলাত নিয়মমতে থাকিলে দুৰ্বল শৰীৰ সৰল; তাৰ ৱাপানী" ভাল। আৰু এটি কথা, বিলাতত মাছ মঙহ নাখাই থাকিব পাৰি; বিনাকষ্টে থাকিব পাৰি। তাত আমি বহুতে ভাৰতবৰ্ষীয় মানুহক নিৰামহীয়া খাই সবল সুস্থ শৰীৰে নলেজীয়াই থকা দেখিছে। আধিকাৰি বিলাতী মানুহৰ বহুত নিৰামহীয়া খোৱা দেখিছে। এই বিষয়ে পাছত উল্লেখ কৰিম। আহ অহ নাই খেতিয়া থাকি পাৰি তেতিয়া বোধকৰে। কব নেলাগে যে খপাত কি ফটিকা নেতা- ইও গত মা থাকিব পাৰি। কোনো কোনো মানুহৰ যিখাস, বিলাতলৈ সেই ফটিকা আৰু পাত খাব লাগে : এই বিশ্বাস ভুল অঙি ভুল। এই