শাও, ১৮৩২ ) বিলাতৰ কথা। বিষয়ে পাছত লেখিবৰ মন কৰিছে।-এতিয়া কেৱল মাত্ৰ ইকে কৈ যে মদ ঢেলেউ খাবৰ সকাম তাত একো নাই। আজিকালি বহুতো বিলা মাহে নিৰামিষ খাবলৈ আৰম্ভ কৰিছে। অমত খেটেৰিয়াৰ ৰে- আছে, তাত মানা কম নিৰীয়া বৰ পোৱা যায়। কোনো-কোমোৰে আকৌ তাই ককে। { eggs) নিৰামৰীয় খাদ্যৰ ভিতৰত ৰে। কোনো কোনোৱে অৱশ্যে আমাৰ দৰে নিৰাষহীকে খায়। খাদ্য খাৰিবৰ প্ৰণালী অৱশ্যে বেলেগ। লাহে-লাহে বিলাতী মাছে বাহু খাল এৰিবলৈ আৰু কৰিছে। এই বিষয়ত মাৰ্কিন দেশীয় মাছ ইংলীয় মানুহতকৈ বেছি ঋণ বঢ়া আমি দেখিছে। ইউৰোপৰ ঠায়ে ঠায়ে নিৰামহীয়া খোৱা মানুহ আমি কালি দেখিবলৈ পোৱা যায়। সেইদেখি ভাৰতবৰীয় হিন্দু! বিলাতলৈ বাৰলৈ খোৱা-বোৱাৰ নিমিত্তে ভয় নকৰিবা। ইয়াত যি খাবলৈ পোৱা তাতত তাক পাবা, অৱশ্যে তোমাৰ নিজৰ ঘৰৰ মানুহে যেনেকৈ ৰান্ধি তেনেকৈ কঙ্ক। বোকৰে। নেপোৱা; কি ভয় যেখাবা। আমি বিলাতত অহৰহ্মা, ভাত, আন আম আমাৰ দেশী আখী, খিচিৰি, মোহনভোগ, লগোলা ইত্যাদি খাইছে, এনেকি টেঙাৰ খাও খাইছে. পোলাও কালিয়া তো খাইহোৱেই। জলকীয়াও খাইছে।। ভালকৈ চলিব জানিলে নিজৰ খোৱা-বোৱাৰ বন্ধ নিজৰ হাতত থাকিলে ঠিক দেশৰ দৰে খক। বাৰ। আমি হাঁ আমা শাহ, যি দুই তিনি বহু প্ৰাত শাকিব নাগে, ঠিক ইংলীয় নেটিভ দৰে থাকিবলৈ উপদেশ দিম। " In Rome, do as the Romas do" অৰ্থাৎ ৰোম দেশ ৰোমৰ মানুহৰ ৰে চলিব। এই নিয়ম বৰ ভাল। বিদেশৰ যি ৰীতি সেই দেশৰ সেই ৰীতিৰে চলা উচিত। ইয়াৰপৰা বিলাতলৈ যাবলৈ বহুতো বাট। আমি যেতিয়া ১৮৯৫ চনৰ ৩ চেপ্টে তাৰিখে ফলিক এৰে, তেতিয়া আমি হাইফোটৰ ওচৰৰ তিন নম্বৰ পিলা হাত উa।। সেই হাই আমাক একেবাৰেই সন বয়েল এলবট ভকত ভুলি শে। এই ব্যাট অতিক্ৰ কৰিবলৈ আমাৰ পাছ সপ্তাহ লাগিছিল। এক্টোবৰৰ দিনা শাশি সম পালেগৈ। আমি পাচোটি ভাৰতীয় লৰা একেলগ গৈছিল। এই জাহাজ যা আমানত চিৰকাল থাকি। এই হাৰ ব্ৰিটি মা নেতিগোন
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩২১
অৱয়ব