পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এবাৰ,। বিলাতৰ চিঠি। ২৩৯ বাগিছাখন চাষ্ণ কৰিব নোৱাৰে নে? তেতিয়া হলে তেওঁৰে এটা স্বাস্থ্য- ব্যৰ কাম হয় আৰু নৰাৰো শিক্ষা হয়। পেন পোৱা বুঢ়া মানুহৰ পৰে বাগিছা সুন্দৰ কৰা কাৰতকৈ পুৱা গধুলি আৰু আন ভাল কাম নাই। তেওঁলোকে সৰ দিন পেচন, ভোগ কৰিব পাৰি, নিজৰ বাগিছাখনি সুন্দৰ কৰিব পাৰিব আৰু ডেকা লৰাক তেওঁলোকৰ উজ্জ্বল দৃষ্টান্ত দেখুৱাই শিক্ষা দিব পাৰিব। আমি বিলাতৰ পাৱৰ বাটেনি ফুৰোতে কিমাম বুঢ়াক যে এই স্বাস্থ্যকৰ কামত লাগি থকা দেখিছে। তাৰ সংখ্যা নাই;-কেৱল থে আৱশীয়। বুঢ়াক হে দেখিছোঁ। এনে নহয়, শশুনীয়া বুঢ়াকে। দেখছে: ইমানবোৰ আমাৰ লেখিবৰ উদ্দেশ্য এইটো যে পৰিকাৰ পৰিচ্ছন্ন, স্বাস্থ্যৰ পিনে চকু ৰাখিবলৈ কৰা,নিজৰ ঘৰ সুন্দৰ কৰা,কোটালীবোৰত বতাহ আৰু পোহৰ যাতে আহি আমাৰ সৰু লৰা ছোৱালীবোৰক সবল সুস্থ কৰে এই বিলাক বিষয়ৰ পিনে আমি দৃঢ়প্ৰতিজ্ঞ হৈ লগা উচিত। এই বিষয় লৈ জাগো নাৰ পাঠক পাঠিকাসকলক আৰু এতিয়া আমনি নকৰে। অভিভাবক আৰু শিক্ষকসকলক এই কথা কেৱল মাত্ৰ কওঁ যে সবল সুস্থ মানুহৰ সবল লৰা হয় আৰু দুৰ্বল মানুহৰ দুৰ্বল লৰা হয়। যাতে লৰা ছোৱালীবোৰ সবল সুস্থ হয় সেই বিষয়ে যদি তেওঁলোক যত্নবান নহয় তেনেহলে তেওঁ লোক ভগবানৰ ওচৰত দায়ী। ঘৰ হৱাৰ বৰ হাউলি ইত্যাদি চাফ-চিকুণ কৰি ৰাখিলে স্বাস্থ্যৰ পক্ষে তাল দেখিবলৈকো ভাল। আবৰ্জনাপূৰ্ণ শাক আৰু নিয়ে এটা সুন্দৰ ধৰকো দেখিবলৈ কুৎসিৎ কৰে। আপোনাৰ কোনো কোনো পাঠক পাঠিকাসকলে আবিব হয়তো যে "বিলাতৰ চিঠিত” অমি ওপৰত কোৱা বিষয়বোৰক ঠাই দিয়া উচিত নাছিল। কিন্তু আমি কওঁ যে "স্বাস্থ্য সম্পৰ্কে বি কপাই হওক "বিশা চিঠি" কি আন কোনো চিঠিতে কি প্ৰবতে ঠাই পাবই লাগে। স্বাস্থ্যবিন। পৃথিবীত একো না নাই। ভাৰতবৰ্ষৰ কোনো দেশ ধনী জমিদাৰ এমন আছিল, তেওঁৰ লাখে লাখে উক। কিন্তু স্বাধীন। তেওঁ মাখেন মাগুৰ মাছৰ আঞ্জাৰে হে ভাই বা পাৰিছিল আৰু আৰ সময়ত, আম পেট নয় দেখি আগত আম চেপাই থৈ তাৰ গো শুঙিছিল। এওঁ সুখী আহিল নে? টকা তো সীমা নাছিল, কত? পাক মানি