পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ বাঁহী। [ ১৪ বছৰ, ৮ম সংখ্যা। দেশৰ "মিলিওনিয়াৰ” অৰ্থাৎ ক্ৰোৰপতিসকলো তথৈবচ। কেৱল টকাই সুখ দিব নোৱাৰে। আমাৰ ওচৰলৈ যদি কোনো অসমীয়া কি ভাৰতৰ আন দেশৰ শৰী বিলাতলৈ যোৱাৰ সম্বন্ধে আলচ কৰিবলৈ আহে, আৰি তেওঁক প্ৰথমেই তে স্বাস্থ্য সন্ধে সুধিষ। তেওঁৰ স্বাস্থ্য কেনে? তেওঁ সবল সুস্থ নে? তেওঁ ব্যায়ামাদি কৰে নে? মানুহৰ স্বাস্থ্যই প্ৰধান। ঘৰ তৈয়াৰ কৰিবলৈ যেনেকৈ ভেটিটো শকত কৰিব লাগে তেনেকৈ আমাৰ স্বাস্থ্যটোকে জামাৰ উন্নতিৰ ভেটি কৰিব লাগে। স্বাস্থ্যহীন মানুহৰ যে উন্নতি হয় তা আমি নকওঁ,-উন্নতি হয়, কিন্তু স্বাস্থ্যৰ ক্ষতি কবি। তেনে উন্নতি সিমান লাভ নহয়। স্বাস্থ বেয়া হলে তাৰ উন্নতিৰ নিমিত্তে আমাৰ যত্নবান হোৱা উচিত। • বিলালৈ কোন বাটেদি যোৱা ভাল, কোন কোম্পানীৰ জাহাজেশে, কি কাপোৰকাৰি লৈ যোৱা উচিত, কিমান টকাকড়ি লগত লৈ যোৱা দৰ কাৰ ইত্যাদি বাতৰি আমি পাছত দিম। তেনেবোৰ বাতৰি হে আমাক বহুতে সোব। আমি আকে কওঁ টকাকড়িৰ ভাল বন্ধবস্ত কৰিহে বিলাতলৈ মোৰা চিত। টকা পৰমবন্ধু। যাৰ টকা আছে তা অনেক বন্ধু; টকা ঢুকাই গলে বন্ধু পোৱা টান। টকা বিলাতত সাৱধানে জাতি সাৱণানে খৰচ কৰা উচিত। বিদেশত টকাহীন অৱস্থা বৰ শোচনীয়। লৰাৰ বাপেক মাক অভিভাবকসকলে ইয়াৰপৰ লৰালৈ নিয়মমতে টকা পঠোৱা উচিত। বহুত কৰাৰ অভিভাবকসকলে টকা পঠোৱাত “গাফিলি* কবে, সেইদেখি লৰাই ধাৰ কৰাৰ অ্যাস কৰিবলৈ বাধ্য হয়। ডেকা বয়সৰপৰা ধাৰ কৰা অভ্যাস ভাল নহয়। এই বিষয়ে আমি আটায়ে জানে। সেপিয়েৰে কৈছে ‘Neither a borrower nor a len- aler te” সেই কথা তেওঁৰ সময়ত যে স’চা আছিল এনে নহয় সকলে সময়ত সচা। পৃথিবীত বন্ধুতা, হৃদয়ৰ মৰমৰ বন্ধুতা টকাৰ নিনিম্ভে শক্ত- তাত পৰিণত হয়। টক। নিয়মতে পঠোৱাত অভিভাবকসকলৰ “শাফি- লিৰ নিমিত্তে বহত লৰাই ধাৰৰ সহজ বাটেদি যাবলৈ ইচ্ছা কৰি বহুতো ঠাইত ভৰি পিছলি হামধুখেৱা দেখিছে।।