পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। (১ম বছৰ, ৮ম সং ইয়াত থাকোতেই নেটছ নিকফে নৰিয়াৰ গুৰিতে যে জীবাণু এই মত সভাঙ্গা বিষয়ে ভালকৈ বুলিব পাৰিলে; আৰু শৰীৰৰ তেজৰ ভিতৰত “কোয়াইট” (Phagocyte) নামে এবিধ ৰূপা খুৰীয়া জীবাণু কাটে। বিৰ কৰিলে। ফেলাইটবোৰ আমাৰ বৰ উপকাৰী জীবাণু। সিহঁতক আমাৰ শৰীৰক পূলিমেন” অৰ্থাৎ পহৰীয়া বুলিব পাৰি। দিনে ৰাতিয়ে সিহঁতে আমাৰ শৰীৰৰ ভিতৰত পৰা দি থাকে, আৰু আমাৰ শৰীৰ আক্ৰমণ কৰোতা শক্ত জীবাণুবোৰক বিনাশ কৰে। আমাৰ গাৰ তিত কোনো ঠাইত শত্ৰু বালুবোৰ বৰ দেখিলেই আমাৰ পৰম মিত্ৰ ফেচাইটবোৰে লৰি আহি সিহঁতৰু ভয়ানকাপে আক্ৰমণ কৰি ধবংস কৰি পেলায়। কাইটবোৰৰ ঘ্ৰাণশক্তি, জাতগমনশক্তি, বইভোজনশক্তি আৰু সুবিধাৰ অৱস্থাত লেখত বাঢ়িবৰ শক্তি বৰ প্ৰবল। আমাৰ সুস্থ অৱস্থাত ফেগাই ৰোৰ শত্ৰু জীবাণুবোৰ ওপৰত সোনকালে কয় না কৰিব পাৰে; কিন্তু আমাৰ গা বেয়া হলে আৰু শক্ৰ জীবাণুৰোৰ লেখত বৰ সৰই হলে আমাৰ বন্ধু ফেগচাইটবোৰে যদিও প্ৰাণ-টকি সেই শক্ৰবোৰেৰে সৈতে তুমুল সংগ্ৰাম কৰে, তথাপি হেত সিহঁতক বলে নোৱৰি নিজৰ প্ৰাণ হেৰুৱায় আৰু আমাৰো সৰ্ব্বনাশ সাধিত প্ৰথমতে মেটমি কঙ্গে যেতিয়া ফেগচাইটৰ অস্তিত্বৰ বিষয়ে বৈজ্ঞানিক পণ্ডিতসকলৰ ভিতৰত প্ৰচাৰ কৰিলে, তেতিয়া তেওঁলোকে সেই কথা মিছা বুলি হাঁহি উৰাই দিছিল। কিন্তু মেটছ নিকফ ফাৰিবৰ পাৰ নহয়; তেওঁ পঁচিশ বছৰ নেৰা-নেপেৰাকৈ গুৰ্ক আৰু পৰীক্ষাৰ দ্বাৰাই তেওঁৰ মত যে সচা সেইটো প্ৰমাণ কৰিহে এৰিলে। আজিকালি লেখৰ প্ৰাণিত বিদ বৈজ্ঞানিক পণ্ডিত এনে কোনো নাই যি মেটনিক পেচাইটত অবিশ্বাস কৰে।