হুৰ ১৯৩২) সম্পাদকৰ চৰা। খতিয়া যদি এইটো প্ৰমাণিত হল খে ফেগাইট নাম জীবাণুবোৰ আমাৰ শৰীৰৰক পৰম মিজ, আৰু সিহঁত আমাৰ শৰীৰৰ মঙহ তে আদিৰ ধবংস সাধন কৰোতা শক্ৰবাণুৰোৰৰ বিনাশক, তেন্তে এইটো সিজালৈকে আমি অনায়াসে যাব পাৰে। যে আমাৰ শৰীৰ সুস্থ সবল ৰাখি, আমি দীৰ্ঘায়ু লভিব হলে ফেগাইবোক বলী আৰু পৰাক্ৰমী কৰি সিহঁতৰ শেখ বঢ়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে। শেট নিকফে এই সিদ্ধালৈ আহি তাৰ উপায় চিকিবলৈ ধৰিলে। অনেক কাল পৰীক্ষা কৰি কৰি মেটছনিয়ে এইটে। ভালকৈ বুজি পাৰিলে যে মানুহে পূৰা আৰু ভোগ কৰিবলৈ নাপায়; তাৰ কাৰণ হৈছে আমাৰ পৰৰ শৰু ফুল বল জীবাণুবোৰ, ফিবোৰে আমাৰ শৰীৰত যাই লৈ তক গেলাই পচাই নষ্ট কৰি কালত মাক ভুল কৰি ৰাৰে। তেওঁ পৰীক্ষা কৰি দেখিছে যে আমাৰ পাকস্থলীত সেই জীবাণুবোৰ সৰহকৈ থাকে। মেটনিককে ভাবিলে যে এতিয়া এনেকুৱা এবিধ জীবাণু বিচাৰি উলিয়াব লগা হল যি কেচাইটবোৰেৰে (যিবোৰ তেজৰ ভিতৰত মাখোন থাকে) সৈতে লগ লাগি আমাৰ শৰীৰ ধবংসকাৰী জীবাণুবোৰৰ কাৰ্য্যৰ প্ৰতিৰোধ কৰিব পাৰে! বুঢ়া জীৰ্ণ মানুহৰ শৰীৰৰপৰা ওলোৱা মল আদিৰপৰা মেটনিককে জীৱাণু উলিয়াই সেইবোৰ ডেকা আৰু কম বয়সীয়া বাৰ, হলো, বন-মানুহ, বালি, এ, গিনিপিগ ইত্যাদি অন্তৰ গাত নুমাই দি দেখিলে যে অলপ দিনৰ ভিতৰতে সেই বোৰ বুঢ়া নখ হৈ পৰি মৰি গল। ইয়াৰ কৰািই তেওঁ ভালকৈ বুজিলে যে মানুহক লুলুৰীয়া বুঢ়া আৰু জুৰুলা কৰিবৰ আৰু তাৰ পিছৰ মৃত্যুৰ মুখত পেলাবৰ ঘাই কাৰণ এই জীবাণুবোৰ; এতেৰুে সিহঁতৰ বিপক্ষে যদি এনে কিছুমান জীবাণু থিয় কৰি দিব পৰা যায় যে যিবোৰে সিহঁতেৰে সৈতে যুজি সিহঁতক হৰুৱাই ধ্বংস কৰি সিহঁতৰ বল মাই ৰাখিব পাৰিৰ, তেনেহলে মানুহে ৰূঢ়া আৰু জুলা হোৱাৰ লত সাৰিব পাৰিব, আৰু দীকীৱন লাভ কৰিব পাৰিব।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৭৭
অৱয়ব