সা, ১৮০] মেশচন্দ্ৰ দত্ত। ১৮১ বাশ্মীৰৰ শ্ৰীযুত সুৰেশ্বনাথ বন্দোপাধ্যায় আৰু আনজন যুক্ত বিহাৰীলাল গুপ্ত। সেই সময়ত সাগৰ পাৰ হৈ বিলাতলৈ যোৱাটো হিন্দুবিলাকৰ ভিতৰত বৰ দেবৰ কাম আছিল; সমাজ আৰু জাতিগত ধৰ্মৰ জয় কোনেও আগ বাঢ়িবলৈ পাই নকৰিছিল। এই তিনজনৰ ভিতৰত কেৱল সুবেনাথে হে বাপেকৰ অনুমতি পাইছিল, আন দুইজন তেওঁৰ লগত মনে মনে গৈছিল। কিন্তু তথাপি তিনিওজনে সকলো বিপদ-আৰ্থিক, সামাজিক আৰু দৈহিক - সাহসেৰে সহিবলৈ মন বান্ধিছিল। ভাৰতৰ সেই অন্ধকাৰ দিনত—যেতিয়া মুছলমান শাসন লাহে লাহে অনুহিত হৈছিল, তাৰ লগে লগে ভাৰতক অৰকতাৰূপ অন্ধকাৰে গিলি পেলাবলৈ ধৰিছিল আৰু ইংৰাজ শাসন ৰূপে স্থাপনৰ চেষ্টা হৈছিল—কোনে জানিছিল যে ভবিষাতত এওঁলোকৰ ওপৰত ভাৰতৰ বৎ কান নিৰ কৰি থৈ আছে। কোন সানিলি যে সেই নজনা-মুনা ৰমশ আজিৰ দেশপূজ্য ৰমেশ হব? বোপ হয় ভাগঃ- ল্পী সুপ্ৰসন্ন হৈ এই তিনজন বঙ্গীয় যুবক একে বাটে লৈ গৈছিল। ১৮৬৯ চনৰ ইণ্ডিয়ান চিলি চি পৰীক্ষাত তিনিজমেই উত্তীৰ্ণ হয়। নমেই সেই পৰীক্ষাত গুণানুসাৰে তৃতীয় স্থান অধিকাৰ কৰি ইংৰাজী সাহিত্যত দ্বিতীয় আৰু সংস্কৃতি প্ৰখম হল। সেই সময়ৰ উদাৰ ইংৰাজ পুৰুষসকলৰ অনুগ্ৰহত এওঁলোকে বহু সুবিধা ভোগ কৰিছিল; ডাঙৰ ডাঙৰ পৰিবাৰত নিমন্ত্ৰণ পাইছিল; পালিয়েমেন্ট মহাসভাত প্ৰবেশ কৰিবলৈ অনুমতি পাইছিল। ৰমেশচন্দ্ৰই এই সুবিশাতে মহামতি বাশ্মীৰৰ স্ন্যাড়, ষ্টোনৰ ওশিনী বক্তৃতা শুনিছিল। তে সায় ডাঙৰ ডাঙৰ সভা সমিতিই উপস্থিত থাকি জন স্টুয়াৰ্ট মিলৰ বচনা, কেচৰ উপন্যাস পাঠ শুনি- ছিল। অধ্যাপক থিয়েড গল্ড ইকৰৰ আৰু হলিৰ এওঁ বৰ আদৰৰ পাত্ৰ আছিল। এই সুযোগতে ৰমেশচন্দ্ৰই ঝটল আয় প্ৰভৃতি প্ৰফেশযেৰ ঘুৰি ফুৰি চাই বহুৎ অভিজ্ঞতা লাভ কৰে আৰু তিৰ ভি বিশ্ববিদ্যালয়ৰ পি লয়। ইয়াৰ পিচত এ আন দুজন ৰে সৈতে নিজ দেশলৈ যাত্ৰা কৰিলে। এওঁলোকে আহোতে জাণি, সুইজাৰল্যা, ইটালি, জান্স প্ৰকৃতি দেশৰ মাজেদি বাট বলে। এই সময়ত কাৰ কৰিউলিবিলাকে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২১
অৱয়ব