পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮২ বাহী। ১ম বছৰ ও সংখ্যা পাৰি নগৰী ধ্বংস কৰিবলৈ উপক্ৰম কৰে; শাসনকাবোৰ প্ৰতিহিংসা জুইত অলি উঠে আৰু সেনাবিলাকে কেৱল সন্দেহৰ ওপৰত যাকে পাই তাকে টোপৰ মুখত উৰাই দিবলৈ ধৰে। এদিনাখন এওঁলোকে ভাৰ্চে ইন নগৰত উপস্থিত হলত তাৰ শাসনকৰ্তাই এওঁলোকক বিদেশী কমিউনিষ্ট বুলি সঙ্গেই কৰিলে। আইনানুসাৰে সেই ৰাতি তেওঁলোকক হাতে খোৱা হল। পিই জিন বিচাৰ কৰাৰ এওঁলোকে নিৰ্ভয়ে নিজ "পাছ পোট"{ বিদেশ পৰ্যটনৰ অনুমতি পত্ৰ) দেখুৱালে আৰু বৃষ্টিচ ৰাজাৰ প্ৰজা বুলি নি স্বল্প দাবি কলি। শাসনকৰ্তা সই হল আৰু এওঁলোক এৰি দিলে। যদি এওঁলোক অশপ দিনৰ আগেয়ে এই অৱ গাত পৰিলহেঁতেন তেনেহলে ভাৰতে তিনিজন উপযুক্ত পুহ হেৰুৱালেহেঁতেন। যত্ৰ ১৮৭১ চনত নিজ দেশলৈ উভতি আহি ১৮৭১ চনৰপৰা ১৮৮২ চনলৈকে বঙ্গদেশৰ বহু জিলাত ডিপুটী কালেক্টৰ আৰু আন আন কামত নিযুক্ত হয়। এই সময়ৰ ভিতৰত তেওঁ যে বঙ্গীয় প্ৰজ্ঞাৰ কিমান উপকাৰ কৰিলে তাক কৈ শতাব নোৱাৰি। ১৮৭৪ চনত বঙ্গদেশ দুতিক বিকট মুখত পৰে;এই সময়ত ৰমেশচন্দ্ৰই নদীয়া জিলাৰ বহুত দুতিক্ষৰ হাত সৰুৱাই। ১৮৭৮ চনত পূৰ্ব-দক্ষিণ ক্ষত সামুদ্ৰিক ধুমুহা (Cyclone} হৈ হাজাৰ হাজাৰ মানুহৰ প্ৰাণ আৰু সম্পত্তি নষ্ট কৰে। গণি-শোভজপুৰ দ্বীপটি সাগৰত প্ৰায় বুৰি যায়, নৰ মাৰীয়ে ধুমুহাৰ কোবত নাত পুখুৰী আৰু খিয় দিবলৈ ইৰ অভাৱত শহুৰ ছালত প্ৰাণ এৰে। এই দুটি ভীষণ প্ৰলয়ৰ পিছত যাৰ এই অংশত অহনী আৰম্ভ হল। বৰ বহু ঠাই শিয়াল কুকুৰৰ আৱাস ভূমিত পৰিণত হল; নিৰানশে বঙ্গদেশ ঢাকি পেলালে। আকৌ নতুন বিপয় উপস্থিত হল, ৰানত খেতি ম হোৱা গতিকে দুৰ্তিই আকৌ ভুমুকি মাৰিলে। বঙ্গদেশৰ বই লি। শ্বশানত পৰিণত হল। নিজ দেশৰ এই মহা খুনি দেখি মেশচৰ খল হৃদয় ব্যথিত হল, ঈশ্বৰৰ ওপৰত অটল গুলি হৃত বিশ্বাস আৰু সাহস আৰু ৰাহুত অটল শক্তি লৈ তেওঁ বিপদ চাই সশষ আনিবলৈ দৃঢ়প্ৰতিজ্ঞ। এ সাহসেৰে ৰমেশ কৰ্ম ক্ষেত্ৰত নামিল আৰু তেওঁৰ যা-তা পৰিশ্ৰমৰ ৩শত পূৰ্ব-বঙ্গত আকৌ শান্তি স্থাপিত হল; নগৰ আৰু গাওঁবোৰ আকৌ নিৰ্মিত হল; সুশাসন