পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৭৭ এছা, ১৮৩২) পুৰণি আসামৰ জিলিঙনি এটি। মাটিত পড়িয়া নোগল কৰে বাপ বাপ। আজি ক্যানে বা ঠাকু মোক চায় এতে তাপ। ধনৰ কিয় নোয়াও মুই মানে কি? চড়ণেৰ খোঙ্কা ৰেন্নি লেৰা কৰিম তো।” “উগ্ৰসেন মহাৰাজা তিৰি জগতে খানি। তাৰ খৰত উপজিল কা নাম দৈৰকিনী। কৰ ঘৰত দিম বিয়া কন্যা যোগ নাই। ৰূপ আছে মন আছে পৰম সুন্দৰ। হেনকালে চলিয়া আইল নাৰ মুনিবৰ। মুনিক দেখিয়া ৰা কৰিল সম্ভাষণ। সিবাৰ দিশ মুনিক উত্তম আসন। পাওঁ ধোয়া আনিয়া দিল ঋবিতে কৰি জল। ৰাজা কইল ভাল হল মুলি ঠাকুৰ ইতি আগমন। মোৰ ঘৰে বাড়ে কঙ্কা নামে দৈকিনা। কোন আনে দিন বিমা গ্যে নাপাই। দৈকিমী বাজেব দুই সৰ সৰ। তা শুনিয়া দৈৰক ৰাজা ৰধিত হয়। নাক পাটেৰাদিয়া যাবে তানিয়া ধৰিয়া। পাইক পায় নকো পেলায় কয়া নোড়া মুড়ি এক পাই শলেয়া গেল বাবাৰ কাছে। এবাৰ শৰাত উপনি কইল ফেয়।