এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চত, ১৮৩১] মমণ। গোৰ সৰ খেশি নোহেৰি আনন্দত। একেবাৰে অন্য হল চিৰকালই গন; অনন্ত সাগৰে পৰি আন লীন হল। মৰণ। মৰিলে নেওঁ শামি গাৰপৰা; | থাকে। আমি ইয়াতে লুকাই; আজি কোৱা কৰি ৰায়ুৰ লগত | নি তুলি থাকিব সদাই। মই জোৰা ঠাইখনি বায়ুশাগত | মৰিলেও পূৰৰ থাকিব। যিহকে কৰক মোক ৰূপান্তৰ কৰি একোকে কৰিব নোৱাৰিব। ৰ অমৰ মই আছে। চিৰকাল, আছিলোও আগৰপৰাই; নহওঁ নতুন একো, নেষাওঁ কলকো, ইয়াতেই থাকিম সদাই। কেতিয়াবা ভাৰ মোৰ লুকাৰ মনত, | মাতাৰি হেৰাৰ মুখৰ; নেথাকিব একো ভেদ কাপোন পৰ, | সেই গৰ নৰ মনৰ। কিন্তু মোৰ দেহ হলে সদাই থাকি, আন পিনে কলকো নেয়; হৰ পাৰে ৰূপান্তৰ চকুৰে নেদেখা, তথাপিও ফতো নেবে। হৰে।।