জীৱন। সংসাৰ-বাখৰ মাজে শীৱনৰ সূক্স তৰী, যাৰ (ৰ হে ৰাৰ হো লক্ষ্য স্থান নেপাহৰি। উত্তাল তমালা চোৱ কেনে গজিছে, ওপৰত মেঘনালা স্তৰে স্তৰে সাজি আছে। ভীষণ খুমু আমি বুৰৰ ৰীক মোৰ, কোনোবা কেনিয়া যাৰ সকলো পৰিৰ ওৰ। কলৰ সোঁতত পৰি উটি বুৰি ঘূৰি ঘুৰি খেলিম বিচিত্ৰ খেলা গোটেই জীৱন ধৰি। জোনাক ৰাতিত কেনে চন্দ্ৰৰ কিৰণ আহি, ফুলনিৰ ফুলকলি ফুলাৰহি ঘঁহি ঘঁহি। বোহিণীৰ কেনে সেই ধুনীয়া জেউতি ফেৰি, শোভিৰ যেতিয়া আৰ্থি চৰ মুখত পৰি। দেবী দেখা দিলে নিশাৰ একাৰ ঠেলি, সোণালী কিৰণ লই ওলায় পূবৰ বেলি। দুপৰীয়া সূৰৰ প্ৰচণ্ড কিণে হয়, গত ব্ৰহ্মক নিয়ে যেন উটুৱাই হে লি ৰহণ সানি আবেলি যেতিয়া হয়, পুৰুৰে পশ্চিম ফালে হেপাহেৰে চায় গই। পুনৰ গধুলি হলে আকাশত তৰাবোৰে পৃথিৰীৰ ফালে চাই মিচিকীয়া হাঁহি মাৰে। পৃথিৰীৰ লীলা খেলা থাকিব সি একৰে, বলে বিপদে যদি মানুহক বেৰি পৰে। সেই লোন, সেই বেলি, সেই তৰা, আকাশ থাকিব অনন্ত কাল একেদৰে জগত। কামী মানুহৰ জীৱন-কমল হয়। সংলা-সাগৰে পৰি পেৰেলি প্ৰকায় যায়। এবাৰ শুকায় গলে নাহে আৰু মত
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯৮
অৱয়ব