পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [২য় বৰ, ১২শ সংখ্যা। ভৰ ৰাখে মানৱ সন্তানেও ঈশ্বৰৰ ওপৰত আত্মিলৈকে তেন ভৰ শেৰাশিশেহেল। অতি মদগী ঈশ্বৰ মন নাস্তিকেও “টানত পৰিলে হৰিনাম লয় অর্থাৎ তেওৰ প্ৰাণৰ সঙ্কটৰ অৱস্থা খাটলেই নভবা চিন্তা কৰি স্বাভাবিকতে তেওঁ “হে হৰি, হে ভগবান, ৰক্ষা কৰ। এনে প্রার্থনা কৰি নােৱাৰে। মই আগতে এবাৰ উনুকিয়াই আহিছো যে স্বাৰ্থপৰা যি জাতি ৰা মানুহৰ গাত বর্ষে তাৰ যে অচিৰে অধঃপতন হয় এই কথাৰ কোনাে ভূল নাই। স্বার্থপৰতা এই গুণটি অহাৰৰ বি কত অংশ, ৰা অহাৰত জানৰ পোহৰ পৰিবলৈ নিদিয়াকৈ ৰখা তল ফাললৈ নামি এৰি অহা জপৌপৌৱা ঠল। এই ঠাটিৰ অনেক ঠাল ঠেলি অাছে। মূলত অহংতৰ আলোচনা পাতি স্বার্থপৰতাৰ আগ গুৰি কাৰণ কিটা চোৱা যাওক। আমাৰ দৰ্শনশাস্ত্রই দেখুৱা যে সৃষ্টিৰ আদিকাৰণ মহাংতত্ত্ব। ইয়াক ইংৰাজী ভাষাত tternal eitergy অর্থাৎ অনন্তধ্যাপক Activity উতলমি শক্তি বােলে। এই আদি শক্তিকেই সূক্ষ্ম কাৰণে বোলে। অামাৰ সাংখ্যদর্শন এই শক্তিটি এ চুতিৰ নিৰ অৱস্থা যােশে, যথা, “সঃ ৰজন্য মসাৎ সাম্যাবস্থা প্রকৃতি। গধুৰকৈ ভাবি দেখিলে ইয়াজেট হে বুজা যন্ত্র যে মই অহংকাৰ শক্তিটি সব্যাপকৰূপে অনন্ত নমঃ চৈত শক্তি। এই সব্যাপক চৈতন্যময় শক্তিয়েই কম-বেছি যত ধেনে লাগতিয়াল সেই সম অংশত ভাগ ভাগ হৈ বিকাশ হােৱাকেই সপু ব্ৰহ্ম বেলে। সগুণত্বৰ সৃষ্টি, স্থিতি, লয়, ৰা অৰ, পালন, মৰণ এই তিনটি ক্ৰিয়াৰ তিনটি প্রণকেই সাত্ত্বিক, ৰাজসিক আৰু ভামসিক গুণ বোলে। মইয়ে (অহংকাৰে যেতিয়া অনও চৈতনাৰ এচিকটা বিকাশৰ অংশ হৈ অথৰ্ম্মমতে ক্রিয়া কৰে তেতিয়া সি সজা ৰখা ভঙা বা নাশ হোৱা এই লিটি ক্ৰিয়াৰ অধীন হযই হৰ। যি অনময় চৈতন্য শক্তিটি যে সন্ত্রণ ভাৰে অনন্ত ব্ৰহ্মাত সদাসর্বতি কাল খতিখুন নোহােৱাকৈ ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ নতুৰা ৰঃ সঃ তমঃ এই তিনটি গুপৰ তিনটি বেলেগে মুত্তিৰে ক্ৰিয়া কৰি আছে সেই শক্তিটিয়েই সগণ ব্ৰহ্ম বা ঈশ্বৰ। ঈশ সময় বুলি আৰু কৌশলময় কাৰিলাক দেখিয়েই অনিৰ পাৰিছে যে তেওঁৰ পু অনন্ত জ্ঞান আছে। জ্ঞানৰ ধৰ্ম্ম অনা অর্থাৎ নিখ । আমি