কা, ১৮৩০।] গুটিদিয়ে চিন্তাৰ ঢৌ। মা যে নিফ জানিব পাৰিছে নিজ অস্তিত্ব শেখ কৰিব পাৰিছো, খুশা বহি” অকাট্য প্রমাণৰ অনুমানকে সিদ্ধান্ত কৰি ডাঠ বিশাসনে ঠা- ৰাব পাৰি যে ঈশ্বৰ যে গাছে ঈৰে নিজকে নিয়ে আনিৰ পৰিছে, হলে জীৱৰ অধিত্ব জীৱই কেতিয়াও বুথ নেপালেহেতেন এক ছেলে তোৰ হে জীৱৰ মৃত্যু কেতিয়াও নেকিলহেতেন। জীৱৰ ঋতুস্থ এক কথাটিয়েই প্রমাণ কৰে যে জীৱই নিজ থিতাপি খাটিয়েই ৰ ধর্ম স্বভাৱ)। এই স্বস্তাৱেই জীৱৰ স্বাতন্ত্র্য বা সুকীয়া বা পাইগােটা ভাৱৰ জ্ঞান ওপাই জীৱক বেলেগ বেলেগে ৰক্ষা কৰিবলৈ সৰ্গকিল শিক্ষা দি থাকে। এনে সুকীয়া ভাৱৰ জ্ঞানকেই সংজ্ঞান বা অহাৰ বোলোইক। জীৱৰ অহাৰ লংকা হলে তাৰ মৃত্যুভয়ও নেথাকিলহেসে আৰু আত্মৰক্ষা কৰিবৰচেষ্টাও নেথাকি হতেন। | জীৱজগতৰ ভিতৰত মানুহাত জন সলো জীৱতকৈ অহাৰ বেছি ভাগ থকা গতিা মানুহৰ জ্ঞান ৰ ভিতৰত শ্রেষ্ঠ। খান জ মানুহে শ্রেষ্ঠ অহাৰ লাক্ত কৰিছে দেখি মানুহে জগত শ্রেষ্ঠত! লাভ কৰিবলৈ ইচ্ছা কৰা এটি বিশেষ গুণ। কোনো মানুহ বা জাতিয়েই কাৰে ওচৰত সৰু হব নােখোজা স্বাজ্ঞা। আন পিনে ইয়াকে দেখা যায় যে মানুহে নিয়ে বিজ্ঞান বুদ্ধি ধন সম্পত্তি যিকে উপার্জন কৰে সেইবিলাকৰ ভিতৰৰ নিৰ যিটি অভাৱ আৰু যোগ দিয়েই হওক, শিক্ষা দিয়েই হওক, ৰ বাৰে দিয়েই হওক, অনিক দি কৱা কৰিব খোজে। যি মানুহে যেতিয়া বিৰূপে যি বিষয়ৰ অভাৱ বােধ কৰে তাৰু লৰপৰা শিক্ষা কি ধাৰ কৰা মানুহৰ বা আতিৰ স্বাভাবিক গুণ। এনেবিলাক কামেই হৈছে জানুহৰ আত্মৰক্ষা কৰাৰ কাৰ্য। আখৰক্ষা কৰাৰ সিৰ আৰু কাৰ্য- বি:ঝেই মানুহৰ ধৰ্ম্ম। এই ধৰ্ম্মৰ অপব্যৱহাৰ বা বিকজ কামকেই স্বার্থপৰত কােলে স্বার্থ মানে স্ব+অ, অর্থাং লিঙৰ নিমিত্তে মানুষ বা জাতিক যিটি স্বচ্ছায় অকলশৰা কৰি আনৰ সম্পৰ্কৰ প্রতি উদাসীন কৰাই কেৱশ দিৱক ৰক্ষা কৰিব 'খাজায় তাকেই স্বার্থপৰতা বোলে। অতি সুলাকৈ বুজিব খুজিলে আমাৰ গাৱলীয়া কথাত ইয়াৰু আপােনপেৰা সাৰ । যি স্বারে অ মৰকেই বা তকেই কেৱ নিজৰ পেট তুষ্ট হলেই হয় এলে ভালৈ নমার নেই আপোনপটীয়া গাৰ ৰা স্বার্থপৰতা। এই স্বল্পটিয়ে গুৰি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০১৩
অৱয়ব