এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
বহল ব্যাকৰণ।
| বিভক্তি | একবচন | বহুবচন | ||
| তৃতীয়া | তাইৰ দ্বাৰা বা |
তাইহঁতৰ দ্বাৰা বা | ||
| চতুৰ্থী | তাইলৈ তাইক |
তাইহঁতলৈ তাইহঁতক | ||
| পঞ্চমী | তাইৰ পৰা | তাইহঁতৰ পৰা | ||
| ষষ্ঠী | তাইৰ | তাইহঁতৰ | ||
| সপ্তমী | তাইত | তাইহঁতত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — তেওঁ
পুং স্ত্ৰী দুয়ো লিঙ্গত।
১৬। বিলাক বা লোক যোগ দি ইয়াৰ বহুবচন কৰা হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | তেওঁ | তেওঁবিলাকে | ||
| দ্বিতীয়া | তেওঁক | তেওঁবিলাকক | ||
| তৃতীয়া | তেওঁৰে তেওঁকদি তেওঁৰদ্বাৰা |
তেওঁবিলাকেৰে তেওঁবিলাককদি, |