পাৰি। সেই দেখি উপসৰ্গৰ কিছুমান শব্দ উদাহৰণ স্বৰূপে তলত দিয়া হল।
প্ৰ—প্ৰকাৰ, প্ৰমাণ, প্ৰচলিত, প্ৰবীণ, প্ৰণালী, প্ৰক্ৰিয়া, প্ৰণয়, প্ৰণীত,
প্ৰধান।
পৰ৷—পৰাভব, পৰাজয়, পৰামৰ্শ, পৰাক্ৰম, পৰাধীন।
অপ—অপকাৰ, অপমান, অপবাদ, অপচয়, অপব্যয়, অপৰূপ।
সং—সংসৃষ্ট, সংসৰ্গ, সংস্কৃত, সংযোগ, সংলগ্ন, সংস্কাৰ।
নি—নিদাৰুণ, নিকৰুণ, নিধি, নিহিত, নিধান, নিলয়।
অব – অবধান, অবহিত, অবমননা, অবসৰ, অবতৰণ।
অনু—অনুসাৰে, অনুচৰ, অনুগামী, অনুমান, অনুশীলন, অনুগত,
অনুৰোধ।
নিৰ্ —নিৰ্দয়, নিৰ্ম্মাণ, নিৰ্ম্মল, নিৰ্গুণ, নিৰ্ব্বাণ, নিৰ্ণয়, নিৰ্ব্বলী।
দুৰ্—দুৰ্ম্মতি, দুৰ্গতি, দুৰ্লভ, দুৰ্দ্ধৰ্ষ, দুৰ্ণাম, দুৰ্যশ, দুৰ্ব্বলী, দুৰ্জয়।
বি—বিপদ, বিনাশ, বিদায়, বিকাৰ, বিলয়, বিনয়, বিপৰীত,
বিকশিত।
অধি—অধিকাৰ, অধ্যয়ন, অধ্যবসায়, অধিবাস।
সু—সুদৰ্শন, সুনীতি, সুকৰ্ম্ম, সুযোগ, সুলভ, সুগম, সুকৰ।
উৎ—উন্নতি, উদ্ধাৰ, উদ্ভৱ, উচ্চাৰণ, উৎকৃষ্ট, উৎপাত, উদ্ধত, উদ্গাৰ।
পৰি—পৰিমাণ, পৰিতাপ, পৰিণাম, পৰিধান, পৰিচয়, পৰিণয়,
পৰিপাটী।
প্ৰতি—প্ৰতিকাৰ, প্ৰতিপন্ন, প্ৰত্যয়, প্ৰতিপদ, প্ৰতিবাদী, প্ৰত্যাগমন।
অভি—অভিশাপ, অভিমান, অভিবাদন, অভিলাস, অভিৰুচি, অভ্যুদয়,
অভিজ্ঞ।
অপি—অপিচ, অপিধান।