পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৷৵৹

সমন্বিতে এটা এশ বা ডেৰ শ পতীয়া/ ব্যাকৰণত ভৰাব লাগে। এই দুষ্কৰ কাম নিৰ্ভুল ভাবে প্ৰথম বাৰেই সম্পন্ন হব বুলি আমি কেতিয়াও আশা কৰা নাই। কোনো কোনো লাগতিয়াল কথাও এই পুথিত নোসোমাব পাৰে, আৰু আন আন ৰকমৰ ভুলো ইয়াত থাকিব পাৰে। সেই বাবে আমি ৰাইজক নিবেদন কৰো যে, সিবিলাকে কোনো ভুল বা ত্ৰুটী দেখিলে আমাক যেন জনায়, আমি ইয়াৰ ভবিষ্যত তাঙ্গৰণত সেইবোৰ শুধৰাই দিবলৈ চেষ্টা কৰিম।

২৫ আঘোণ,
১৮৪৭৷
শ্ৰীসত্যনাথ বৰা।